• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাডাখত চহিদ হোৱা চিপাহী গনেশ ৰাম কুনজামৰ নামত নামাকৰণ কৰা হ’ব চত্তিশগড়ৰ এখন বিদ্যালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 19, 2020 9:34 pm

1 min read

লাডাখত চহিদ হোৱা চিপাহী গনেশ ৰাম কুনজামৰ নামত নামাকৰণ কৰা হ’ব চত্তিশগড়ৰ এখন বিদ্যালয়

চিপাহী গনেশ ৰাম কুনজাম

558
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীন সীমান্তৰ গলৱান উপত্যকাত ১৫ জুনৰ নিশা চীনা সৈন্যৰ পৰিকল্পিত আক্ৰমণত চহিদ হোৱা চিপাহী গনেশ ৰাম কুনজামৰ নামত নামাকৰণ কৰিব চত্তিশগড়ৰ এখন বিদ্যালয়।

চত্তিশগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেলে ৰাজ্যখনৰ গিধালী গাঁৱৰ চৰকাৰী বিদ্যালয়খন গনেশ ৰাম কুনজামৰ নামত নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে।

মুখ্য মন্ত্ৰী বাঘেলে চিপাহী গনেশ ৰাম কুনজামৰ পৰিয়াললৈ ২০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে পৰিয়ালৰ এগৰাকী লোকক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব বুলিও লগতে ঘোষণা কৰে।

উল্লেখযোগ্য যে, ১৫ জুনৰ নিশা চীনা সৈন্যই ভাৰতীয় পহৰাদাৰী সেনা বাহিনীৰ এটা গোটৰ ওপৰত অতৰ্কিতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

এই আক্ৰমণত ভাৰতৰ ২০ গৰাকী সেনা জোৱান আৰু বিষয়া চহিদ হোৱাৰ লগতে ভালকেইগৰাকী আঘাতপ্ৰাপ্ত হয়।

চীনৰ এই আক্ৰমণৰ পাছতে ভাৰতে সীমান্তত শক্তি বৃদ্ধি কৰিছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে চীনৰ আক্ৰমণক পূৰ্ব পৰিকল্পিত আখ্যা দিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো আজি ভবিষ্যত পৰিকল্পনা সন্দৰ্ভত বিৰোধী দল সমূহৰ সৈতে আলোচনাত মিলিত হৈছে আৰু চীনক কোনো কাৰণতে ভাৰতৰ ভূমি এৰি দিয়া নহ’ব বুলি প্ৰধান মন্ত্ৰীয়ে কয়।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd