• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

C(A)Aক লৈ আমি আগৰ স্থিতিতে অটল, এক ইঞ্চিও বিচলিত নহওঁ : অমিত শ্বাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2020 6:41 pm

1 min read

C(A)Aক লৈ আমি আগৰ স্থিতিতে অটল, এক ইঞ্চিও বিচলিত নহওঁ : অমিত শ্বাহ
489
VIEWS
Share on FacebookShare on Twitter

“নাগৰিকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত আমি আগৰ স্থিতিতে অটল, চৰকাৰ এই ক্ষেত্ৰত এক ইঞ্চিও বিচলিত নহয়।” এই মন্তব্যৰে পুনৰবাৰ নাগিৰকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

যোধপুৰত নাগৰিকত্ব (সংশোধন) আইনৰ সমৰ্থনত বাহিৰ কৰা এক ৰেলীত অংশ গ্ৰহণ কৰি কেন্দ্ৰী গৃহ মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে।

অমিত শ্বাহে কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰি কংগ্ৰেছে নাগৰিকত্ব (সংশোধন) আইনৰ সন্দৰ্ভত ভুৱা প্ৰচাৰ চলাই আছে। দেশৰ বিৰোধী দলসমূহক বিপথে পৰিচালিত কৰিছে বুলি উল্লেখ কৰে।

“গোটেই বিৰোধী দলসমূহ একজোঁট হ’লেও নাগৰিকত্ব আইনৰ সন্দৰ্ভত চৰকাৰ পূৰ্বৰ স্থিতিতে অটল থাকিব। এক ইঞ্চিও বিচলিত নহয়। দৰকাৰ হ’লে ভাৰতীয় জনতা পাৰ্টীয়ে এই ক্ষেত্ৰত অকলে যুঁজিব।”

উল্লেখযোগ্য যে সমগ্ৰ দেশকে নাগৰিকত্ব আইনৰ প্ৰতিবাদৰ জুইয়ে দহি থকাৰ পিছতো কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিব।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd