• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ দ্ৰুত উন্নয়নৰ বাবে চৰকাৰ বদ্ধপৰিকৰ : উত্তৰ লখিমপুৰত হিমন্ত বিশ্ব শৰ্মা

NE NOW NEWS এন ই নাও নিউজ
উত্তৰ লখিমপুৰ , November 17, 2019 7:00 pm

1 min read

HBS

হিমন্ত বিশ্ব শৰ্মা।

567
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া ধেমাজি আৰু লখিমপুৰ ভ্ৰমণলৈ যোৱা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ দ্ৰুত উন্নয়নৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে।

প্ৰসূতি তথা শিশু স্বাস্থ্য চিকিৎসালয় আৰু উত্তৰ-লখিমপুৰ অসামৰিক চিকিৎসালয়ত ডায়ালাইছিছ সেৱা মুকলি কৰি শৰ্মাই এনেদৰে মন্তব্য কৰে।

‘‘ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত নিৰ্মাণ হোৱা চিকিৎসালয়খনত ১৬৯ খন বিছনা থকাৰ লগতে আই চি য়ুৰ সুবিধা উপলব্ধ হ’ব,’’ শৰ্মাই কয়।

আনহাতে, ডায়ালাইছিল সেৱা আঁচনি মুকলি কৰি শৰ্মাই এই আঁচনি লখিমপুৰৰ লোকসকলৰ বাবে বিনামূলীয়া হ’ব বুলি কয়।

তেওঁ লগতে বৰ্তমানলৈ ৩২ গৰাকী ৰোগীয়ে চৰকাৰী সেৱাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰা বুলিও উল্লেখ কৰে।

তদুপৰি, স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উত্তৰ-লখিমপুৰত কেমোথেৰাপি আৰু ৰে সুবিধাযুক্ত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে।

‘‘কৰ্কট ৰোগৰ চিকিৎসালয়খন ১৮ মাহৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হ’ব,’’ শৰ্মাই লগতে কয়।

২০২০ চনৰ ১৫ আগষ্টৰ ভিতৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যও সম্পূৰ্ণ কৰি তোলা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

শৰ্মাই ইয়াৰ লগতে ঢকুৱামুখত ৫৪ কোটি টকীয়া ঢকুৱামুখ পানী যোগান আঁচনিৰ আধাৰশিলাও স্থাপন কৰে।

 

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd