• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

Shaktikanta Das RBI Governor: কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঘনিষ্ঠতাৰ পুৰস্কাৰ! ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ হিচাপে তিনি বছৰ কাৰ্যকাল বৃদ্ধি শক্তিকান্ত দাসৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2021 12:43 pm
Shaktikanta Das RBI Governor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Shaktikanta Das RBI Governor: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ফল পাইছে ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ শক্তিকান্ত দাসে। আজি কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ শক্তিকান্ত দাসৰ কাৰ্যকাল ২০২৪ চনৰ ডিচেম্বৰলৈকে তিনি বছৰৰ বাবে বৃদ্ধি কৰে।

“কেবিনেটৰ নিযুক্তি সমিতিয়ে শক্তিকান্ত দাসক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে ২০২১ চনত ১০ ডিচেম্বৰত অন্ত পৰিব লগীয়া কাৰ্যকাল তিনি বছৰৰ বাবে বা পৰৱৰ্তী আদেশ লৈকে পুনৰ নিযুক্তি দিয়াত অনুমোদন জনাইছে।” এক চৰকাৰী বিবৃতিত এইদৰে প্ৰকাশ পাইছে।

দাসে ২০১৫ চনৰ পৰা ২০১৭ চনলৈ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰাক্তন সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

শক্তিকান্ত দাসৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কোৱা হয়। তেওঁ দীৰ্ঘদিন ধৰি মোডীৰ বিত্ত বিভাগৰ সচিব আছিল। ২০১৬ চনৰ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱাৰ সময়তো শক্তিকান্ত দাসে সচিবৰ দায়িত্ব বহন কৰি আছিল।

Apply Now

তেওঁ কেন্দ্ৰৰ দ্বাৰা বিমুদ্ৰাকৰণৰ ওপৰত বহুতো স্পষ্টীকৰণ দিয়া শুনা গৈছে। শক্তিকান্ত দাসক ইয়াৰ বাবে পুৰস্কাৰ হিচাপে ৰিজাৰ্ভ বেংক (RBI)ৰ গভৰ্ণৰ হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ ১৫ তম বিত্ত আয়োগৰ সদস্যও আছিল।

২০১৮ চনত উৰ্জিত পেটেলে ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে শক্তিকান্ত দাসক গভৰ্নৰ পদত নিযুক্তি দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান মন্ত্ৰীত্ব কালত ৰিজাৰ্ভ বেংকৰ দুজন গভৰ্নৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰঘুৰাম ৰাজন আৰু উৰ্জিত পেটেল দুয়ো অৰ্থনীতিৰ বিদ্বান আছিল।

আনহাতে বৰ্তমানৰ গভৰ্নৰ শক্তিকান্ত দাসৰ অৰ্থনীতিত কোনো ডাঙৰ ডিগ্ৰী নাই, কিন্তু প্ৰধানমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতাৰ সূত্ৰেই বুৰঞ্জীৰ ডিগ্ৰীধাৰী শক্তিকান্ত দাস ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ পদত অধিষ্ঠিত হৈছিল।

শক্তিকান্ত দাসৰ কাৰ্যকালত ভাৰতীয় অৰ্থনীতিৰ অৱস্থা ক্ৰমাৎ ডুবিবলৈ আৰম্ভ কৰে । তেওঁৰ কাৰ্যকালতে ভাৰতীয় GDP ৰ হাৰ অভিলেখভাৱে হ্ৰাস পায়। তৎসত্বেও মোদী চৰকাৰে একমাত্ৰ ঘনিষ্ঠতাৰ সূত্ৰেই তেখেতৰ কাৰ্যকাল বৃদ্ধি কৰা বুলি বৰ্তমান চৰ্চিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am
বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am
বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd