DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নাকি লগাবলৈ স্বাস্থ্য বিভাগৰ কেতবোৰ সিদ্ধান্ত; বান্ধি দিলে নিৰ্দ্ধাৰিত মাচুল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 4, 2021 5:16 pm
kes
404
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন সময়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰোগীৰ পৰা নিজৰ খেয়াল খুচি অনুসৰি মাচুল আদায় কৰাৰ অভিযোগ উঠি আহিছিল। এনে পৰ্য্যায়ো পাইছিল যে অত্যাধিক হাৰৰ মাচুল আদায় দিব নোৱাৰাৰ বাবে মৃতদেহো পৰিয়ালৰ লোকক চমজাই নিদিয়ে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে।
কিন্তু এতিয়াৰে পৰা বৰ্দ্ধিত হাৰত নিজৰ খেয়াল-খুচিৰে মাচুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে।

 

অৱশ্যে, কোভিড ৰোগী চিকিৎসাৰ ক্ষেত্ৰতহে এই সিদ্ধান্ত লোৱা বুলি জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত জনায় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
ব্যক্তিগত খণ্ডৰ জেনেৰেল হাস্পতাল আৰু চুপাৰস্পেচিয়েলিটী হাস্পতালৰ ক্ষেত্ৰত মাচুল বেলেগ বেলেগ হ’ব বুলি তেওঁ জনায়।

 

চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ ক্ষেত্ৰত জেনেৰেল ৱাৰ্ডত প্ৰতিদিনে ৫০০০ টকা ,জেনেৰেল হাস্পতালৰ ক্ষেত্ৰত প্ৰতিদিনে ৪০০০ টকাকৈ ল’ব পাৰিব।
ঠিক সেইদৰে কেবিনৰ ক্ষেত্ৰত চুপাৰ স্পেচিয়েলিটি হাস্পতালে ৬৫০০ টকা প্ৰতিদিনে ল’ব লাগিব। আৰু জেনেৰেল হাস্পতালে ৫০০০ টকাকৈ ল’ব পাৰিব।

 

ভেন্টিলেটৰ নথকা আই.চি.য়ুত চুপাৰস্পেচিয়েলিটি হাস্পতালৰ ক্ষেত্ৰত প্ৰতিদিনে ১০ হাজাৰ টকা আৰু জেনেৰেল হাস্পতালত ৯০০০ টকা ল’ব পাৰিব।

 

ভেন্টিলেটৰ থকা আই.চি.য়ুত চুপাৰস্পেচিয়েলিটি হাস্পতালৰ ক্ষেত্ৰত প্ৰতিদিনে ১৫০০০ টকা আৰু জেনেৰেল হাস্পতালত ১২ হাজাৰ টকা ল’ব পাৰিব।

 

পঞ্জীয়ন মাচুল, বিচনাৰ মাচুল, খাদ্যৰ খৰচ, নাৰ্চিং চাৰ্জ, কনচালটেন্ট চাৰ্জ, RMO, Annestatic, চাৰ্জন, অক্সিজেনৰ খৰচ, পিপিই কীটছ আৰু ঔষধ-পাতি ইত্যাদি এই নিৰ্দ্ধাৰিত মাচুলৰ অন্তৰ্ভূক্ত হ’ব।

 

অৱশ্যে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে কোভিড আক্ৰান্ত ৰোগীৰ অন্য ৰোগ থাকে, তেন্তে পৃথককৈ মাচুল ল’ব পাৰিব বুলি তেওঁ কয়।

 

এই সন্দৰ্ভত শুকুৰবাৰে সন্ধিয়াৰ ভাগত এখন জাননী ৰাজ্যৰ স্বাস্থ্যবিভাগে জাৰি কৰিব বুলি তেওঁ জনায়।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd