• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নদী পূজাৰ নামত কোটি কোটি টকাৰ খৰচ কৰা চৰকাৰৰ মেট্ৰিক পৰীক্ষা পাতিবলৈ টকা নাই : ডি ৱাই এফ আই 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2023 7:14 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাৰ্থীসকলে সৰ্বাধিক ১২শ টকাৰে প্ৰ-পত্ৰ পূৰণ কৰি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। ছেবাৰ এক নিৰ্দেশ যোগে এই কথা প্ৰকাশ কৰিছে। নদী পূজা আৰু অমৃত কলসৰ নামত কোটি কোটি টকা খৰচ কৰাৰ সময়তে ছেবাই মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰীক্ষা মাচুল  হিচাপে ১২০০ টকা ধাৰ্য কৰিছে।

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে পৰীক্ষা মাচুলৰ নামত ছাত্ৰ-ছাত্ৰীৰ মূৰত বৃহৎ আৰ্থিক বোজা জাপি দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে আৰু এই নিৰ্দেশনা বাতিলৰ বাবে ব্যৱস্থা ল’বলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

Apply Now

ডি ৱাই এফ আইয়ে আশংকা প্ৰকাশ কৰিছে যে বৃহৎ পৰিমাণৰ মাচুলৰ বাবে পৰীক্ষাৰ প্ৰাকক্ষণত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সন্মুখত ডাঙৰ সংকটে দেখা দিব। মুল্যবৃদ্ধিয়ে জুৰুলা কৰা শিক্ষাৰ্থীৰ পৰিয়ালয় আৰু গভীৰ সংকটৰ মাজলৈ ঠেলি দিব।

ছেবাৰ নিৰ্দেশ অনুসৰি ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। পৰীক্ষা মাচুল হিচাপে এগৰাকী ছাত্ৰই ৭০০ টকা, ব্যৱহাৰিক পৰীক্ষাৰ বাবে ১৫০ টকা আৰু পৰীক্ষা কেন্দ্ৰৰ মাচুল হিচাপে ৩৫০ টকা আদায় দিব লাগিব। ব্যৱহাৰিক পৰীক্ষা নথকা ছাত্ৰ-ছাত্ৰীয়ে মুঠ ১০৫০ টকা মাচুল দিব লাগিব। অৱশ্যে ২০২১-২২ বৰ্ষত নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়ত পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম বুলি জনোৱা প্ৰাৰ্থীসকলে এই মাচুল দিব নালাগে।

কিন্তু প্ৰশ্নটো হৈছে অসমত টকাৰ কোনো অভাব নাই বুলি চৰকাৰ আৰু বিজেপি দলৰ বৰমূৰীয়াসকলে দম্ভালি মৰি থকাৰ সময়তে কিয় ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ওপৰত নিৰ্ভৰ কৰি মেট্ৰিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে ?অথচ অকল নদী পুজাৰ নামতেই ১৪ শ কোটি টকা খৰচ কৰিছিল। 

চৰকাৰৰ এনে টোগলকী কাণ্ড বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক পৰীক্ষা মাচুলৰ পৰা ৰেহাই দিবলৈ ডি ৱাই এফ আইয়ে দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd