• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষুদ্ৰ সঞ্চয়ৰ বাবে এই আঁচনিসমূহত চৰকাৰে জাৰি কৰিছে শিথিলকৰণৰ নিৰ্দেশনা; চাওক সুবিধাসমূহ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2020 9:15 am
money-1583459779

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে দেশত কোভিড-১৯ৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ক্ষুদ্ৰ সঞ্চয় আঁচনিত অহা ৩১জুলাইলৈকে বিভিন্ন শিথিলকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই শিথিলকৰণ নিৰ্দেশনাসমূহ হৈছে এনেধৰণৰ –

Apply Now

১. ৰেকাৰিং ডিপ’জিট একাউন্টৰ গ্ৰাহকসকলে মাৰ্চ, এপ্ৰিল, মে’ আৰু জুন মাহৰ কিস্তিসমূহ অহা ৩১জুলাই,২০২০ পৰ্যন্ত কোনো ৰিভাইভেল মাছুল অবিহনে জমা দিব পাৰিব।

২. যদি ৰেকাৰিং ডিপ’জিট একাউন্টত জমাকাৰীয়ে ৩১জুলাইৰ ভিতৰত বাকী থকা কিস্তিসমূহ আদায় দিয়ে তেনেক্ষেত্ৰত মাৰ্চ,এপ্ৰিল, মে’ আৰু জুনৰ বাবে কোনো ডিফল্ট চাৰ্জ লোৱা নহয়।

৩. ৰেকাৰিং ডিপ’জিট একাউন্টৰ গ্ৰাহকসকলে যিসকলে লকডাউনৰ সময়ত ৰেহাইৰ সুবিধা লাভৰ বাবে আগতীয়া কিস্তি জমা কৰিব নোৱাৰিলে তেওঁলোকে সেয়া ৩১জুলাই,২০২০ৰ ভিতৰত জমা দিব পাৰিব।

আগতীয়া কিস্তি জমা দিয়াৰ সময়ত আঁচনি অনুসৰি প্ৰযোজ্য ৰেহাইৰ সুবিধা লাভ কৰিব পাৰিব।

৪. পিপিএফ আৰু এছচিএছএছ একাউন্টৰ গ্ৰাহকসকলে যিসকলৰ সময় বৃদ্ধিৰ প্ৰপত্ৰ লকডাউনৰ বাবে দাখিল কৰিবলৈ বাকী আছে, তেওঁলোকে মেচ্যুৰিটিৰ পাছৰ এবছৰৰ গ্ৰেছ পিৰিয়ডৰ সৈতে সময় বৃদ্ধিৰ নিৰ্দিষ্ট প্ৰপত্ৰ ৩১জুলাই,২০২০ৰ ভিতৰত ৰেজিষ্টাৰ্ড মেইলৰ জৰিয়তে দাখিল কৰিব পাৰিব আৰু লকডাউন সম্পূৰ্ণ উঠি যোৱাৰ পাছত সংশ্লিষ্ট অপাৰেটিং সংস্থাক ইয়াৰ অৰিজিনেল কপি দাখিল কৰিব পাৰিব।

৫. একাউন্টৰ মেচ্যুৰিটিৰ উদ্দেশ্যে এটা একাউন্টৰ পৰা আন এটা একাউন্টলৈ বদলি কৰাৰ বাবে অহা ৩১ জুলাইলৈকে কোনো বদলিৰ মাছুল লোৱা নহয়।

৬.  লকডাউনৰ সময়ছোৱাত অৰ্থাৎ ২৫ মাৰ্চ,২০২০ৰপৰা ৩০জুন ২০২০ৰ ভিতৰত যিবোৰ ছোৱালীৰ বয়স ১০বছৰ সম্পূৰ্ণ হৈছে সেইবোৰ ছোৱালীৰ নামত  সুকন্যা সমৃদ্ধি যোজনা (এছএছৱাই)ৰ একাউন্ট অহা ৩১জুলাইৰ ভিতৰত খুলিব পাৰিব।

৭. পিপিএফ/এছএছএ একাউন্টৰ গ্ৰাহকসকলে তেওঁলোকৰ প্ৰতিটো একাউন্টত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ৩১ জুলাইৰ ভিতৰত পিপিএফ/এছএছএ আঁচনিৰ নিয়ম তথা আন চৰ্ত অনুসৰি থকা সৰ্বোচ্চ জমাৰ ব্যৱস্থা অনুসৰি এবাৰ জমা কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd