• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছৰ বিষয়ে জানিবলৈ WhatsApp ব্যৱহাৰকাৰীৰ বাবে চৰকাৰৰ হেল্প ডেস্ক; এনেদৰে কৰক ব্যৱহাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 20, 2020 6:48 pm

2 min read

whatsapp

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

18.4k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমানলৈ কৰ’না ভাইৰাছৰ কোনোধৰণৰ প্ৰতিষেধক আবিস্কাৰ হোৱা নাই যদিও ভাল খবৰটো হ’ল আপুনি সতৰ্কতা অৱলম্বন কৰি ইয়াৰ পৰা বাচি থাকিব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আৰম্ভ কৰি ভাৰত আৰু বিশ্বৰ সকলো দেশে ঠায়ে ঠায়ে এই ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন নিৰ্দশনাৱলী জাৰি কৰিছে।

যদিহে আপুনি হোৱাটছ এপ ব্যৱহাৰ কৰে তেতিয়াহ’লে ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে আপোনালোকৰ বাবে হেল্প ডেস্ক নম্বৰ মুকলি কৰিছে। এই হেল্প ডেস্ক নম্বৰটোত আপোনালোকে কৰ’না ভাইৰাছৰ সৈতে জড়িত প্ৰশ্ন সুধিব পাৰিব।

বৰ্তমানলৈ +৯১১১২৩৯৭৮০৪৬ আৰু ১০৭৫ নম্বৰৰ দুটা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি কৰি কৰি দিয়া হৈছে।

চৰকাৰে ইয়াক মাইগোভ কৰ’না হেল্প ডেস্ক নাম দিছে যাৰ জৰিয়তে আপোনালোকে কৰ’না ভাইৰাছ সম্বন্ধীয় প্ৰশ্নৰ উত্তৰ লাভ কৰিব।

চৰকাৰৰ দ্বাৰা কৰ’না ভাইৰাছ সম্বন্ধীয় তথ্য জানিবলৈ বনোৱা হেল্প ডেস্কক এই ধৰণে ব্যৱহাৰ কৰিব পাৰি-

  • নিজৰ স্মাৰ্টফোনত ৯০১৩১৫১৫১৫ নম্বৰটো চেভ কৰি লওক। আপোনালোকে ইয়াক যিকোনো নামত চেভ কৰি ল’ব পাৰে।
  • এতিয়া আপুনি হোৱাটছএপ অ’পেন কৰি যি নামেৰে চেভ কৰিছিল চাৰ্ছ কৰক।
  • চাৰ্ছ কৰাৰ পাছত চেট উইণ্ডো খোল খাব আৰু ইয়াত আপুনি কৰ’না ভাইৰাছ সম্বন্ধীয় যিকোনো ধৰণৰ প্ৰশ্ন কৰিব পাৰে।
  • উদাহৰণস্বৰূপে, কৰ’না ভাইৰাছৰ পৰা কেনেদৰে বাচিব পৰা যায় আৰু ইয়াৰ লক্ষণ সমূহ কি কি?
  • আপোনাৰ প্ৰশ্নৰ পাছতে আপুনি চেভ কৰি লোৱা নম্বৰৰ পৰা উত্তৰ লাভ কৰিব।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd