• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকাহ! ৪৮ খন টোল গেটৰ ভিতৰৰে ৩২ খনেই কৰা হ’ব বন্ধ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2021 4:21 pm
toll-plaza-file
529
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ নামত ঠায়ে ঠায়ে স্থাপন কৰা টোল গেট সমূহ এতিয়া বহুতৰে বাবে মূৰ কামৰোণি স্বৰূপ হৈ পৰিছে।

বিশেষকৈ একেটা পথতে একাধিক টোল গেট স্থাপন কৰাৰ ফলত সৰ্ব সাধাৰণ ৰাইজ আৰ্থিক ভাবে জুৰুলা হোৱাও দেখা গৈছে।

এনে পৰিস্থিতিৰ মাজতে তামিলনাডুৰ চৰকাৰে টোলগেট সন্দৰ্ভত গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।

তামিলনাডুৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ই ভি ভেলুৱে ৰাজ্য খনৰ বিধানসভাত প্ৰকাশ কৰা মতে চৰকাৰে শীঘ্ৰে ৰাজ্য খনত চলি থকা ৪৮ খন টোলগেটৰ ভিতৰৰে ৩২ খনেই বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে চেন্না সমুদ্ৰম,ভানাগ্ৰাম,নেমিলি, পাৰানুৰ, চৰুপাট্টু আদি স্থানত থকা টোল গেট সমূহ বন্দ কৰা হ’ব।

বিধানসভাত এমএমকেৰ নেতা এম এইচ জহৰিৰুল্লালে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।তেওঁ কয় যে পূৰ্বতে কেৰালাতো বহু কেইখন টোল গেট আছিল। কিন্তু এতিয়া সেই ৰাজ্য খনতো মাত্ৰ তিনি খন টোলগেট ৰাখি বাকীবোৰ বন্ধ কৰি দিয়া হৈছে।

তেওঁ লগতে কয় যে তামিলনাডুৰ মাজৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘৰ ওপৰত নিৰ্ভৰ কৰি ১৬ খন টোল গেটৰহে প্ৰয়োজন আছে। সেইবাবেই বাকীবোৰ টোলগেট বন্ধ কৰি দিয়া হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য দুখন টোলগেটৰ মাজত থকা দূৰত্ব কমেও ৬০ কিলোমিটাৰ হ’ব লাগে। কিন্তু বহু ৰাজ্যত সেই নিয়ম নমনাৰ অভিযোগ উঠি আহিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd