• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চৰকাৰে পৰিশোধ কৰিব কৰ্মচাৰীৰ ৩ মাহৰ ই পি এফৰ ধন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2020 4:50 pm

1 min read

চৰকাৰে পৰিশোধ কৰিব কৰ্মচাৰীৰ ৩ মাহৰ ই পি এফৰ ধন

প্ৰতিনিধিত্বমূলক ছবি। ইণ্টাৰনেটৰ পৰা সংগৃহীত

5.8k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে অহা তিনি মাহৰ বাবে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলৰ ই পি এফৰ সম্পূৰ্ণ ধন পৰিশোধ কৰিব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এই কথা ঘোষণা কৰে।

ক’ৰ’না ভাইৰাছৰ ফলত দেশত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিত্ত মন্ত্ৰী গৰাকীয়ে জনোৱা মতে চৰকাৰে কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়ো ফালৰে ই পি এফ কনট্ৰিবিউশ্যন প্ৰদান কৰিব। সাধাৰণতে কৰ্মচাৰী আৰু কৰ্মৰত প্ৰতিষ্ঠানে ই পি এফ কনট্ৰিবিউশ্যনৰ দৰমহাৰ ১২ শতাংশ দিব লাগে।

সৰ্বাধিক ১০০ গৰাকীলৈকে কৰ্মচাৰী থকা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই সাহায্য প্ৰযোজ্য হ’ব বুলি জানিবলৈ দি লগতে কয় যে  ১৫ হাজাৰ টকাতকৈ কম দৰমহা পোৱা কৰ্মচাৰী সকলেহে এই সুবিধা লাভ কৰিব।

ইয়াৰ উপৰি বিত্ত মন্ত্ৰীগৰাকীয়ে ই পি এফৰ ধন উলিওৱাৰ ক্ষেত্ৰতো কিছু ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। কৰ্মচাৰীয়ে ৩ মাহৰ মজুৰি বা ৭৫ শতাংশ ন’ন ৰিফাণ্ডেবল এডভান্স নিজৰ পি এফ একাউণ্টৰ পৰা উলিয়াব পাৰিব। ইয়াৰ দ্বাৰা ৪.৮ কোটি কৰ্মচাৰী লাভান্বিত হ’ব বুলি তেওঁ জনায়।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd