• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“চৰকাৰৰ সস্তীয়া ৰাজনীতিৰ বাবে এন আৰ চিত বাদ পৰিল বহু খিলঞ্জীয়া”

দীঘলীপুখুৰী পাৰত জোঁৰ সমদলেৰে প্ৰতিবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2019 8:51 pm
Govt's cheap politics keeps many indigenous people away from Assam NRC: AJJCP

দীঘলীপুখুৰী পাৰত সংগঠনটোৰ জোঁৰ সমদলৰ ছবি।

3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বহু খিলঞ্জীয়াৰ নাম বাদ পৰাৰ প্ৰতিবাদত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত বুধবাৰে জোঁৰ সমদল বাহিৰ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে।

কাৰ্য্যসূচীটোত অংশ লৈ সংগঠনটোৰ সভাপতি ৰুবুল দাসে এন আৰ চিৰ প্ৰক্ৰিয়া চলি থকা সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা স্থিতিক সমালোচনা কৰে।

“কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰে শেহতীয়াকৈ এন আৰ চি কৰ্তৃপক্ষৰ লগত অসহযোগিতা কৰাৰ বাবে বা সস্তীয়া ৰাজনীতি কৰাৰ বাবেই খিলঞ্জীয়া মানুহৰ নাম বাদ পৰি গ’ল,” দাসে কয়।

এন আৰ চিৰ আপত্তি-দাবী আবেদনৰ সময়ত ৰাজ্য চৰকাৰ শুই আছিল বুলি মন্তব্য কৰি দাসে কয়, “খিলঞ্জীয়া জনসাধাৰণক উপযুক্ত নথি-পত্ৰ যোগান ধৰি ৰাজ্য চৰকাৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে সহায় কৰাৰ বিপৰীতে অসহযোগিতা কৰা দেখা গ’ল।’

দাসৰ মতে, এন আৰ চিত অনুসূচিত জাতিৰ প্ৰায় ৫ লাখ লোকৰ নাম বাদ পৰিছে আৰু ই হৈছে চৰকাৰৰ উক্ত ভূমিকাৰ “ফল”।

সংগঠনটোৱে বিদেশীৰ নামমুক্ত আৰু খিলঞ্জীয়াৰ নামযুক্ত এখন এন আৰ চি দাবী কৰে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd