DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে আত্মহত্যা বঙাইগাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2019 5:16 pm
srijangram-stuedent

আত্মহত্যা কৰা ছাত্ৰগৰাকী। উৎস-ইণ্টাৰনেট

2.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ এখন চিকিৎসালয়ত বঙাইগাঁৱৰ এগৰাকী ছাত্ৰই আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বঙাইগাঁৱৰ সৃজনগ্ৰামৰ চাৰিপুনীয়াৰ নিবেদন সূত্ৰধৰ নামৰ ছাত্ৰগৰাকীয়ে আত্মহত্যাৰ দৰে কঠোৰ পথ বাছি লোৱা ঘটনাই পৰিয়ালৰ লোকসকলৰ মাজত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ ছাত্ৰগৰাকীয়ে দীৰ্ঘদিনৰ পৰা মুত্ৰনলীৰ ৰোগত আক্ৰান্ত হৈ আছিল।

বহুদিন ধৰি ভালেকেইখন চিকিৎসালয়ত চিকিৎসা কৰি কোনোধৰণৰ সুফল নোপোৱাত ছাত্ৰগৰাকীক গুৱাহাটীৰ ছান ভেলী হাস্পাতালত ভৰ্তি কৰোৱা হয়।

গুৱাহাটীৰ চিকিৎসালয়খনত চিকিৎসা চলি থকাৰ সময়তে সোমবাৰে ছাত্ৰগৰাকীয়ে চিকিৎসালয়খনৰ গাধোৱা ঘৰত নিজৰ পিন্ধি থকা কাপোৰেৰে চিপজৰী লৈ আত্মহত্যা কৰে।

ঘৰৰ আৰ্থিক অৱস্থাৰ কথা ভাবিয়ে মেধাৱী ছাত্ৰ গৰাকীয়ে এনেদৰে আত্মহননৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল বুলি সন্দেহ কৰা হৈছে।

উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰি থকা ছাত্ৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১৮ বছৰ।

Recent News

kali poster controversy

‘কালী’ পোষ্টাৰ বিতৰ্ক: চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক শিৰচ্ছেদৰ ভাবুকি হিন্দু সন্তৰ

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd