• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ তৃতীয়,চতুৰ্থ বৰ্গৰ নিযুক্তিৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা, ২৫ জিলাত অনুষ্ঠিত হ’ব পৰীক্ষা, পৰীক্ষাৰ্থীয়ে মানিব লাগিব কি কি নিয়ম?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 20, 2022 8:17 pm
ফাইল ফটো

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে ১ লাখ নিৱনুৱাক সংস্থাপন দিব বুলি কৰা ঘোষণাৰ অংশ হিচাবে কাইলৈ ৰাজ্যত চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব ৷ তৃতীয়,চতুৰ্থ বৰ্গৰ প্ৰায় ৩০ হাজাৰ পদৰ বিপৰীতে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৪ লক্ষাধিক৷ বিভিন্ন জিলাত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্দ্ধত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷

কাইলৈৰ পৰীক্ষাৰ্থীয়ে মানিব লাগিব বিশেষ কেতবোৰ নীতি নিয়ম ৷ পৰীক্ষা গৃহত নিৰ্দেশ অমান্য কৰা প্রার্থীয়ে ভৱিষ্যতে কোনো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব,পৰীক্ষা গৃহত নিৰ্দেশ অমান্য কৰা প্রার্থীয়ে নিলম্বনেই নহয় ভৱিষ্যতে কোনো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা হেৰুৱাব,পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দুটা শাখাত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হ’ব,পৰীক্ষাত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব,অসমৰ ৩৫ খন জিলাৰ ভিতৰত মুঠ ২৫ খন জিলাত হ’ব এই পৰীক্ষা।যিবোৰ ঠাইত পৰীক্ষা অনুষ্ঠিত কৰিব সেই ঠাইসমূহত পৰীক্ষাৰ সময়ছোৱাত মোবাইল ইণ্টাৰনেট বন্ধ কৰা হ’ব।

Apply Now

প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়া নিয়োজিত কৰা হ’ব যাক আন আৰক্ষী কৰ্মীয়ে সহায় কৰিব,পৰীক্ষা কেন্দ্ৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ম’বাইল, ঘড়ী, পেন ড্রাইভ, ব্লুটুথ, কেলকুলেটৰ আদিৰ ব্যৱহাৰ,পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ বাহিৰে আন কোনোৱে ম’বাইল ব্যৱহাৰ কৰিব নোৱাৰিব,প্ৰাৰ্থীসকলৰ লগতে ইনভিজিলেটৰসকলক পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন বা আন যিকোনো ইলেক্ট্ৰনিক গেজেট কঢ়িয়াবলৈ বাধা দিয়া হৈছে,পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰা হ’ব,প্ৰাৰ্থীসকলে এডমিট কাৰ্ড, ফটো পৰিচয়-পত্ৰ, আধাৰ কাৰ্ড আদি নিব লাগিব,নিৰ্দিষ্ট শাখাৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছত কোনো প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰত পুনৰ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়,যদি পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত জমা নিদিয়ে, তেন্তে তেওঁক পৰীক্ষাত অনুপস্থিত বুলি ধৰা হ’ব।

জানিব পৰা মতে ২১ আগষ্ট আৰু ২৮ আগষ্ট তাৰিখে দুটা পৰ্যায়ত ক্ৰমে আয়োজিত হ’বলগীয়া চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত মুঠ ১৪,৩০,৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰৰে ১৩,৩০০ গৰাকীয়ে কাইলৈৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd