DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

হৰিদ্বাৰৰ সাম্প্ৰদায়িক ভাষণ প্ৰসঙ্গত হস্তক্ষেপ বিচাৰি মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিলে উচ্চতম ন্যায়ালয়ৰ ৭৬ জন অধিবক্তাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2021 6:58 pm
Haridwar
201
VIEWS
Share on FacebookShare on Twitter

হৰিদ্বাৰৰ সাম্প্ৰদায়িক ভাষণ প্ৰসঙ্গত হস্তক্ষেপ বিচাৰি ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনালৈ পত্ৰ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ৰ ৭৬ জন অধিবক্তাই।

দিল্লী আৰু হৰিদ্বাৰত শেহতীয়াকৈ দুটা ধৰ্মীয় অনুষ্ঠানত কৰা সাম্প্ৰদায়িক আহ্বান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক স্বতঃপ্ৰণোদিত ভাৱে বিবেচনা কৰিবলৈ আহ্বান জনাইছে পত্ৰখনত।

অধিবক্তাসকলে পত্ৰখনত উল্লেখ কৰে যে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণৰ পৰা আঁতৰি থকা ক্ৰমান দৈনিক নিয়মিত পৰিণত হোৱা এনে ঘটনা প্ৰতিৰোধ কৰিবলৈ জৰুৰী ন্যায়িক হস্তক্ষেপৰ প্ৰয়োজন।

হৰিদ্বাৰ আৰু দিল্লীৰ ধৰ্মীয় সন্মিলনৰ ফালে আঙুলিয়াই দি দুষ্মন্ত দাভে, প্ৰশান্ত ভূষণ আৰু বৃন্দা গ্ৰোভাৰ, চলমান খুৰ্ছিদ আৰু পাটনা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অঞ্জনা প্ৰকাশকে ধৰি বিশিষ্ট অধিবক্তাসকলে স্বাক্ষৰ কৰা পত্ৰখনত এইদৰে কোৱা হৈছে, “ওপৰোক্ত ঘটনা আৰু ভাষণবোৰ কেৱল ঘৃণামূলক ভাষণ নহয়, সমগ্ৰ সম্প্ৰদায়ৰ হত্যাৰ বাবে মুকলি আহ্বানৰ সমান।”

পত্ৰখনত কোৱা হৈছে যে ভাষণসমূহে কেৱল দেশৰ একতা আৰু অখণ্ডতাৰ বাবেই নহয়, লাখ লাখ মুছলমান নাগৰিকৰ জীৱন বিপদত পেলাইছে।

মুছলমানসকলৰ বিৰুদ্ধে গণহত্যা আৰু অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰৰ মুকলি আহ্বানক লৈ ছ’চিয়েল মিডিয়াত ক্ষোভ আৰু নিন্দাৰ পিছত হৰিদ্বাৰ অনুষ্ঠানৰ চাৰি দিন পিছত আৰক্ষীয়ে মাত্ৰ এজন ব্যক্তিৰ নাম উল্লেখ কৰি গোচৰ ৰুজু কৰিছিল। অৱশ্যে পিছত ধৰ্ম দাস আৰু সাধ্বী অন্নপূৰ্ণাৰ নামো গোচৰত যোগ দিয়া হয়।

পত্ৰখনত কোৱা হৈছে, “মন কৰিব লগীয়া যে পূৰ্বৰ ঘৃণামূলক ভাষণৰ সন্দৰ্ভত আইপিচিৰ ১৫৩, ১৫৩এ, ১৫৩বি, ২৯৫এ, ৫০৪, ৫০৬, ১২০বি, ৩৪ টা ব্যৱস্থাৰ অধীনত কোনো কাৰ্যকৰী পদক্ষেপ লোৱা হোৱা নাই। সেয়েহে, এনে ঘটনাপ্ৰতিৰোধ কৰিবলৈ জৰুৰী ন্যায়িক হস্তক্ষেপৰ প্ৰয়োজন হৈ পৰিছে।”

“দেশৰ ন্যায়িক শাখাৰ মুৰব্বী হিচাপে আপোনাৰ ক্ষমতাৰ আধাৰত তৎক্ষণাৎ পদক্ষেপ লোৱাৰ আশাত; ন্যায়পালিকাৰ স্বাধীনতা আৰু সাংবিধানিক মূল্যবোধ দুয়োটাৰ প্ৰতি আপোনাৰ প্ৰভুত্বৰ প্ৰতিশ্ৰুতি আৰু লগতে বহুসাংস্কৃতিক ৰাষ্ট্ৰৰ কাম-কাজৰ বাবে মৌলিকতাৰ বিষয়ত আপোনাৰ কৰ্তৃত্বৰ বাবে আমি আপোনালৈ এই পত্ৰ প্ৰেৰণ কৰিছো।”- আবেদনখনত এইদৰে উল্লেখ কৰে অধিবক্তা সকলে।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd