DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইচ ডি এফ চি বেংকলৈ ২০২০ বৰ্ষৰ ‘গ্ৰেট প্লেচ টু ৱৰ্ক’ৰ স্বীকৃতি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 20, 2020 5:09 pm
এইচ ডি এফ চি বেংক

এইচ ডি এফ চি বেংক

1k
VIEWS
Share on FacebookShare on Twitter

এইচ ডি এফ চি বেংকে একমাত্ৰ ভাৰতীয় বেংক হিচাপে ‘গ্ৰেট প্লেচ টু ৱৰ্ক ইষ্টিটিউটৰ পৰা লাভ কৰিব ২০২০ বৰ্ষৰ ‘গ্ৰেট প্লেচ টু ৱৰ্ক’ বঁটা।

বিভিন্ন কৰ্মচাৰীৰ মাজত এক তৃতীয় পক্ষৰ গোলকীয় প্ৰাধিকৰণে অনুষ্ঠিত কৰা সৰ্বেক্ষণৰ ভিত্তিত এই স্বীকৃতি প্ৰদান কৰা হৈছে।

এইচ ডি এফ চি বেংকৰ ক্ষেত্ৰত সৰ্বেক্ষণ সমগ্ৰ দেশতে বেংকটোৰ কাৰ্য্যালয় তথা ৫০০০ কৈ অধিক শাখাত অনুষ্ঠিত কৰা হৈছিল।

৯৪ শতাংশতকৈ অধিক যোগ্য কৰ্মচাৰীয়ে এই সৰ্বেক্ষণত অংশগ্ৰহণ কৰিছিল আৰু বেংকটোক পাঁচটা প্ৰধান মপদণ্ডৰ ভিত্তিত মূল্যায়ন প্ৰদান কৰিছিল।

এয়া কেৱল চাৰিটা বৃহৎ উদ্যোগৰ ভিতৰত এটা হিচাপে স্বীকৃতি প্ৰদান হ’ব য’ত ৫০,০০০ কৈ অধিক কৰ্মচাৰী আছে।

বেংকটোৱে ইয়াৰ কৰ্মচাৰী সকলক প্ৰদান কৰা মান্যতা তথা তেওঁলোকৰ সন্মান, নিৰপেক্ষতা,গৌৰৱ আৰু বিশ্বাসযোগ্যতাৰ সংস্কৃতিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ ফলত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

‘গ্ৰেট প্লেচ টু ৱৰ্ক ইষ্টিটিউটে’ উদ্যোগ এটাৰ মানৱ সম্পদৰ ব্যৱহাৰ্য্য তথা নীতিসমূহ পৰীক্ষণ কৰে আৰু প্ৰতিষ্ঠানটোৰ কৰ্ম পদ্ধতিক ব্যৱসায়, শৈক্ষিক প্ৰতিষ্ঠান তথা চৰকাৰী সংস্থাসমূহত কাম কৰাৰ সংজ্ঞা নিৰূপণৰ গ’ল্ড ষ্টেণ্ডাৰ্ড বুলি বিবেচনা কৰা হয়।

এইচ ডি এফ চি বেংকে প্ৰথমবাৰলৈ ২০২০ বৰ্ষত এই সৰ্বেক্ষণত অংশগ্ৰহণ কৰি ভাৰতত বি এফ এছ আইৰ দ্বাৰা একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত বেংক হিচাপে এই সন্মান লাভ কৰিছে।

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd