• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ‘স্বচ্ছতামূলক প্ৰতিযোগিতা’ৰ আয়োজন

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
March 31, 2019 8:47 pm
cleanliness programme

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে এখন স্বচ্ছতামূলক প্ৰতিযোগিতা। ডিব্ৰুগড় জিলাৰ বৃহত্তৰ বৰপথাৰ অঞ্চলৰ ২৫খন গাঁৱৰ এটা গোটে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই বিশেষ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে।

সৰ্বসাধাৰণ ৰাইজৰ মাজত স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ্যে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এনেধৰণৰ এটা ধুনীয়া অনুষ্ঠানৰ আয়োজন কৰা দেখা গৈছে। আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ মূল লক্ষ্য হ’ল গাঁওবাসীৰ মাজত স্বচ্ছতা সম্পৰ্কত সজাগ কৰা।

Apply Now

এই বিশেষ ধৰণৰ প্ৰতিযোগিতাখনত বৃহত্তৰ বৰপথাৰ অঞ্চলৰ ২৫খন গাঁৱৰ গাঁওবাসীয়ে অংশ গ্ৰহণ কৰিব। প্ৰতিযোগিতাখনৰ প্ৰথম বিজেতাক ৫ হাজাৰ টকা, দ্বিতীয় বিজয়ীক ৩ হাজাৰ আৰু তৃতীয় স্থানপ্ৰাপ্তক ২ হাজাৰ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰিব।

স্বচ্ছ ভাৰত মিশ্যন অভিযান, অসমৰ ব্ৰেণ্ড এম্বেছাডৰ শশী কান্ত শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ এইচ চি মহন্ত আৰু ডিব্ৰুগড় স্বচ্ছ ভাৰত মিশ্যন অভিযানৰ আহ্বায়ক দিলীপ কুমাৰ সিঙৰ উপস্থিতিত এই প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰা হয়।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am
সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

লৰেন্স বিষ্ণইৰ প্ৰতিদ্বন্দ্বী, আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰ হিমাংশু ভাউ

October 24, 2026 8:39 am
সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

সম্পৰ্ক বজাই ৰখা কঠিন! সুস্থ সম্পৰ্কৰ থাকিবলগীয়া ১০ টা লক্ষণ, সম্পৰ্কক লৈ কেতিয়া নিশ্চিত হ’ব?

October 24, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd