• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সেউজ গ্ৰন্থমেলা

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , January 6, 2019 7:19 pm

1 min read

Green Book Fair 060119

বোকাখাতত সেউজ গ্রন্থমেলা উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ গড়মুৰ হাইস্কুলৰ খেলপথাৰত আজিৰে পৰা তিনি দিনীয়াকৈ প্ৰথম সেউজ গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ আজি পুৱা বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা বৰ্ণাঢ্য সাংস্কৃতি শোভাযাত্ৰাৰে এই সেউজ গ্ৰন্থমেলা আৰম্ভ হয়৷

অসমৰ চাহ জনগোষ্ঠীৰ বৌদ্ধিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত এই প্ৰথম সেউজ গ্ৰন্থ মেলা প্ৰতি বছৰতে ৰাজ্যৰ বিভিন্ন চাহ বাগিছাত অনুষ্ঠিত কৰা হ’ব।

অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু অসম প্ৰকাশন পৰিষদৰ সহযোগত এই গ্ৰন্থ মেলাৰ আয়োজন কৰা হৈছে। গড়মুৰ হাইস্কুলৰ খেলপথাৰত আয়োজিত মেলাথলিৰ মেঘৰাজ কৰ্মকাৰ সোঁৱৰণী মঞ্চত আজি এই মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।

উদ্বোধনী সভাত মন্ত্ৰী পল্লৱ লোচন দাস, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি মনোমতী কুৰ্মী, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা , অসম প্ৰকাশন পৰিষদ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সাহিত্য একাডেমী বঁটা বিজয়ী জয়ন্ত মাধৱ বৰা উপস্থিত থাকে ৷

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি সেউজ গ্ৰন্থ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী পল্লৱলোচন দাসে ৷ প্ৰয়াত উমেশ বৰাকৰ দ্বাৰা ৰচিত আৰু শিল্পী বিজয় শৰ্মাৰ সুৰ আৰু পৰিচালনাৰে এটি সমবেত গীতেৰে অনুষ্ঠান আৰম্ভ কৰা হয় ৷ বিয়লিলৈ মেঘৰাজ কৰ্মকাৰ স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷

Recent News

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

কোন দীপ সিদ্ধু? যাৰ ওপৰত দিল্লীৰ হিংসাত্মক ঘটনাক প্ৰৰোচিত কৰাৰ অভিযোগ

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব : আজিংক ৰাহানে

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

দিল্লীৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হিংসা; ২২ খন এজাহাৰ দাখিল দিল্লী আৰক্ষীৰ

শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd