• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুবছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল যুৱক : আলফা(স্বাঃ)ত যোগদান কৰাৰ কথা জানিব পাৰি পৰেশ বৰুৱাক কাতৰ অনুৰোধ মাতৃৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 30, 2025 6:14 pm
387
VIEWS
Share on FacebookShare on Twitter

দুবছৰৰো অধিক পূৰ্বে নিৰুদ্দেশ হৈছিল শদিয়াৰ উদয় নগৰৰ যুৱক জনাৰ্দনা গগৈ। শেহতীয়াকৈ জানিব পৰা গৈছে যে দুবছৰ পূৰ্বে ঘৰৰ পৰা গৈ নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠন আলফা(স্বাঃ)ত।

এই কথা জানিব পাৰি এতিয়া শোকত ভাগি পৰিছে জনাৰ্দন গগৈৰ পৰিয়াল। যুৱকজনৰ মাতৃয়ে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰেৰে আহ্বান জনাই তেওঁৰ পুত্ৰক ঘূৰাই পঠাবলৈ অনুৰোধ জনাইছে।

পুত্ৰৰ অনুপস্থিতিত মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু সেয়েহে মানৱীয় দৃষ্টিভংগীৰে জনাৰ্জন গগৈক ঘৰলৈ ঘূৰাই পঠাবলৈ আহ্বান জনাইছে মাতৃয়ে।

জানিব পৰা মতে, কৰ্মসূত্ৰে তিনিচুকীয়ালৈ  যাওঁ বুলি পৰিয়ালৰ লোকক জনাই ২০২২ চনৰ ১৬ এপ্ৰিলত ঘৰৰ পৰা ওলাই আহিছিল জনাৰ্দন। তাৰপিছৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন।

Recent News

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd