DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাণঘাতী হৈ পৰিল বিবাহ অনুষ্ঠান; দৰাৰ মৃত্যু, ৯৫গৰাকী অতিথিৰ দেহত কোভিড-১৯পজিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2020 2:32 pm
584649-aaa new
7k
VIEWS
Share on FacebookShare on Twitter

এখন বিবাহৰ অনুষ্ঠানত উপস্থিত থকা ৯৫গৰাকী লোকৰ দেহত সোমবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰাৰ লগতে দৰাৰ মৃত্যু হোৱাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছে।

এই গোটেই ঘটনাটো পাটনাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰৰ পালীগঞ্জ অঞ্চলৰ।

যোৱা ১৫জুনত এখন বিবাহ অনুষ্ঠানত যোগদান কৰা ৮৫গৰাকী অতিথিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

ইয়াৰ ভিতৰত ৮০গৰাকী লোকৰ কোভিড-১৯ ৰিপ’ৰ্ট সোমবাৰে পজিটিভ আহে।

বাতৰি অনুসৰি, ত্ৰিশ বছৰীয়া দৰাগৰাকী গুৰুগ্ৰামত ছফটৱেৰ অভিযন্তা হিচাপে কৰ্মৰত আছিল আৰু যোৱা ১২ মে’ত বিয়াৰ বাবে পাটনাৰ নিজ গাঁৱ ডিহপালিলৈ আহিছিল।

এই সময়ত তেওঁৰ দেহত কোভিড-১৯ৰ লক্ষণ দেখা গৈছিল যদিও পৰিয়ালে পৰীক্ষা কৰোৱাৰ সলনি তেওঁৰ বিয়া পাতি দিয়ে।

বিয়াৰ দুদিন পাছতে দৰাগৰাকীৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে আৰু চিকিৎসাৰ বাবে পাটনাৰ এইমছলৈ নিয়াৰ পথত তেওঁৰ মৃত্যু হয়।

এই সমগ্ৰ ঘটনা সম্পৰ্কে যেতিয়া জিলা প্ৰশাসন অৱগত হয় তেতিয়া বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিৰ কৰ’না পৰীক্ষা কৰোৱা হয়।

পৰীক্ষাৰ পাছতে ১৫গৰাকী লোকৰ কোভিড-১৯ পজিটিভ ধৰা পৰে আৰু বাকী ৮০গৰাকী লোকৰ ৰিপ’ৰ্ট সোমবাৰে পজিটিভ আহে।

অৱশ্যে, কোভিড-১৯ৰ পৰীক্ষাত কইনাৰ ৰিপ’ৰ্ট নিগেটিভ আহে।

কোভিড-১৯ প্ৰতিৰোধৰ নিয়ম উলংঘা কৰি নিৰ্দিষ্ট ৫০গৰাকীৰ ঠাইত গাঁৱৰ শতাধিক লোক বিয়াখনত উপস্থিত আছিল।

স্বাভাৱিকতে এটা শুভ আৰু আনন্দৰ অনুষ্ঠান প্ৰাণঘাতী অনুষ্ঠানলৈ পৰিণত হোৱাৰ বাবে পৰিয়াল তথা অতিথিসকলৰ অসাৱধানতাই কাৰণ হৈ পৰিল।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd