• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লামডিং ৰে’ল জংচনত ৰে’ল আৰক্ষীৰ তালাচীত বৃহৎ পৰিমানৰ ধন জব্দ

NE NOW NEWS এন ই নাও নিউজ
লামডিং , December 4, 2019 8:55 am

1 min read

lumbding story

লামডিঙত আটক হোৱা লোকজন

2.1k
VIEWS
Share on FacebookShare on Twitter

লামডিং ৰে’ল জংচনত মঙলবাৰে ৰেলৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই ৪৭ লাখ টকা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে।

মঙলবাৰে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে নামনিমুৱা ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’লখনত তালাচী চলাই বৃহৎ পৰিমাণৰ ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু ধনখিনি লৈ অহা বিকাশ চাহু নামৰ লোকজনক আটক কৰে।

জানিব পৰা মতে, বিকাশ চাহু নামৰ লোকজনে নাজিৰাৰ পৰা গুৱাহাটীলৈ ৰে’লগাড়ী খনত বৃহৎ পৰিমানৰ টকাখিনি লৈ আহি আছিল।

বৰ্তমান ৰে’লৱে আৰক্ষীয়ে অধিক তথ্যৰ বাবে বিকাশ সাহুক জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, লামডিং ৰে’ল আৰক্ষীয়ে অভিযান চলাই প্ৰায়ে নিষিদ্ধ সামগ্ৰীৰ লগতে বৃহৎ পৰিমানৰ অবৈধ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈ আহিছে।

কিছুদিন পূর্বেও লামডিং ৰে’ল জংচনত ৰে’ল আৰক্ষীয়ে এগৰাকী কিশোৰীক বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে লৈ যোৱা মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ কৰিছিল।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd