• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সাৱধান হওক; নিজামুদ্দিনকলৈ চ’ছিয়েল মিডিয়াত বিষবাষ্প বিয়পোৱা সাতজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 4, 2020 9:00 pm

2 min read

arrest-2

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

36.4k
VIEWS
Share on FacebookShare on Twitter

নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতকলৈ দেশব্যাপী চাঞ্চল্য সৃষ্টি হোৱাৰ সময়তে তবলিগীকলৈ চ’ছিয়েল মিডিয়াৰ যোগে সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কুপ্ৰচেষ্টাৰ কৰাৰ অপৰাধত দেশত সাতজনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য দেশত দিল্লীৰ নিজামুদ্দিন তবলিগী কাণ্ডই ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ হটস্পষ্টৰূপে চিহ্নিত হোৱাৰ পিছত দেশৰ চাৰিওফালে চ’ছিয়েল মিডিয়াত এচাম লোকে সাম্প্ৰদায়িক হিংসা আৰু বিষবাষ্প বিয়পোৱাৰ বাবে অভিপ্ৰায় কৰি আহিছে।

চ’ছিয়েল মিডিয়াৰ যোগে তেনে অভিপ্ৰায় কৰাৰ অভিযোগত গুজৰাটত সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু আন তিনিজন লোকক আটক কৰিছে।

লোককেইজনক ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৫ অধীনত সমাজক অপকাৰ কৰিব পৰা মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে আমৰেলী জিলাৰ যুৱক ৰিকেন সিংঘভ(২৭), নৱছাৰি জিলাৰ ওমকান্দ ৰাথোড় (৫০), ৰতিলাল পেটেল(৭০), জামনগৰৰ পাৰশ বালা(৩৯), জয়েন্তী গিৰি(৫১), আনন্দ জিলাৰ নীৰৱ বাৰৱেডি(৩০) আৰু কোচ জিলাৰ হৰেশসিন(৪২)।

আটাইকেইজন লোকেই নিজামুদ্দিনৰ তবলিগী জামাতকলৈ সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বাবে ৱাটছএপৰ যোগে বিভিন্নজনলৈ বাৰ্তা প্ৰেৰণ কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আহমেদাবাদ নগৰ আৰক্ষী আয়ুক্ত আশীষ ভাটীয়াই কয় যে, ‘এনে বাৰ্তা প্ৰেৰণ কৰা সকলো লোকৰ বিৰুদ্ধে আইনী ব্যৱস্তা লোৱা হ’ব।’

গুজৰাটৰ আৰক্ষী মহাপৰিদৰ্শক শিৱানন্দ ঝায়ে কয় ভুৱা প্ৰচাৰেৰে সমাজৰ সমন্বয় আৰু ঐক্য ৱাটছএপৰ যোগে ব্যাঘাত জন্মোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।

Tags: COVID19

Recent News

Shraddha Kapoor

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া! দৰা হ’ব কোন?

a congress

বিজেপিতকৈয়ো চৰা বিৰোধী! গেৰুৱা বাহিনীৰ মিছন ১০০+ৰ পিছত কংগ্ৰেছেও ঘোষণা কৰিলে মিছন ১০১+

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd