• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঞ্চত ৰাজ্যৰ উন্নয়নৰ বিষয়ে কৈ ভাষণ দি থাকোতে হঠাতে ঢলি পৰিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2021 9:39 am

1 min read

WhatsApp Image 2021-02-15 at 9.11.04 AM

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানি। ফটো: টুইটাৰ।

217
VIEWS
Share on FacebookShare on Twitter

মঞ্চত ভাষণ দি থকাৰ সময়তে জ্ঞান হেৰুৱালে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে। দেওবাৰে ভদোদৰাৰ নিজামপুৰৰ এখন সমাৱেশত সংঘটিত হয় এই ঘটনা। অৱশ্যে কিছু সময় পাছতেই তেওঁ জ্ঞান ফিৰাই পায়।

তেওঁক ততাতয়াকৈ চিকিৎসাৰ বাবে বিমানেৰে আহমেদাবাদৰ হাস্পাতলত ভৰ্তি কৰোৱা হয়। বৰ্তমান মুখ্যমন্ত্ৰীগৰাকী সুস্থ আছে বুলি জানিবলৈ দিয়ে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী নীতিন পেটেলে।

ৰাজ্যখনৰ বিজেপি দল এই ঘটনাত কিছু উদ্বিগ্ন হৈ পৰিছে।

নিজামপুৰৰ সমৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ উন্নয়ন সম্পৰ্কে ভাষণ দিছিল। ধৰ্মান্তকৰণ আইন সম্পৰ্কতো তেওঁ বক্তৱ্য ৰাখিছিল।

ভাষণৰ মাজতে হঠাৎ জ্ঞান হেৰুৱাই ঢলি পৰে মুখ্যমন্ত্ৰীগৰাকী। কাষতে থকা দেহৰক্ষীয়ে তেওঁ ধৰি পেলায়।

বাতৰি অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীৰ ৰক্তচাপ আৰু ছুগাৰৰ পৰিমান হঠাতে কমি যোৱাৰ বাবে এই ঘটনা ঘটে। যোৱা কিছুদিন ধৰি তেওঁ অসুস্থ আছিল।

অহা ২১ ফেব্ৰুৱাৰিত গুজৰাট পৌৰসভাত নিৰ্বাচন আছে। সেয়ে মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হ’বলগীয়া হৈছে। শৰীৰৰ অসুস্থতা লৈয়েই শনিবাৰ আৰু দেওবাৰে ৬৪ বছৰীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাখনো সমাৱেশত উপস্থিত অংশ লৈছিল।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd