• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 9:46 am
Gujarat Election Result
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যাশিতভাৱেই ক্ৰমাগত সপ্তমটো কাৰ্যকালৰ লক্ষ্যৰে গুজৰাটৰ ক্ষমতা দখলৰ দিশে আগবাঢ়িছে গেৰুৱা দল বিজেপি। বিপক্ষৰ সকলো ৰাজনৈতিক সম্ভাৱনাক ধূলিস্যাত কৰি ১৮২ জনীয়া গুজৰাট বিধানসভাত বিপুল সংখ্যাগৰিষ্ঠতাৰে শ্ৰেষ্ঠত্ব অৰ্জনৰ দিশত অগ্ৰসৰ হৈছে দলটো।

যোৱা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ পাছত আজি ঘোষণা হ’বলগীয়া নিৰ্বাচনী ফলাফলত প্ৰায় নিশ্চিত হৈ পৰিছে বিজেপিৰ বিজয়। এগজিট প’লৰ পূৰ্বানুমান সঠিক প্ৰমাণিত কৰি এইমুহূৰ্তলৈকে গেৰুৱা দলটো ১৩৮ খন আসনত আগবাঢ়ি বিৰোধী নিষ্কণ্টক হোৱাৰ দিশে আগবাঢ়িছে বিজেপি।

Apply Now

ইফালে ৰাজ্যখনৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰি চমক সৃষ্টিৰ আশা জগোৱা আম আদমী পাৰ্টিৰ সকলো সম্ভাৱনা অসাৰ হোৱাৰ ফালে গতি লৈছে। এতিয়ালৈকে ভোটগণনাত মাত্ৰ ৬ খন আসনতহে আগবাঢ়ি আছে দলটো।

আনহাতে গুজৰাটত কংগ্ৰেছক পিছলৈ ঠেলি সেই ঠাই আপে ল’ব বুলি যি এক ৰাজনৈতিক চৰ্চা চলিছিল, সেই চৰ্চাকো প্ৰায় নাকচ কৰিছে এতিয়ালৈকে হোৱা ভোটগণনাই। পূৰ্বৰ দৰেই বিজেপিৰ প্ৰধান বিৰোধী হিচাপে কংগ্ৰেছে ৩২ খন আসনত আগবাঢ়ি আপৰ সম্ভাৱনা শূন্য কৰি তুলিছে।

ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ চমক আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ কুট-কৌশলে পুনৰবাৰ বিজেপিক শাসনত অধিষ্ঠিত কৰোৱাৰ ফালে গতি লৈছে। আনহাতে এইমুহূৰ্তলৈকে হোৱা ভোটণনাই দিল্লী শাসনৰ আৰ্হিৰে শিক্ষা-স্বাস্থ্যৰ প্ৰতিশ্ৰুতিৰ গুজৰাটৰ ভাগ্য নিয়ন্ত্ৰা হ’ব বিচৰা আপক গুজৰাটবাসীয়ে প্ৰায় কৰা যেন হৈ পৰিছে।

উল্লেখ্য যে আজি পুৱা ৮ বজাৰ পৰা ১৮২খন বিধানসভাৰ আসন সামৰি ৩৭টা কেন্দ্ৰত ভোটগণনা আৰম্ভ হৈছে। আহমেদাবাদত তিনিটা, চুৰাট আৰু আনন্দত দুটা, বাকী ৩০খন জিলাৰ প্ৰতিখনতে এটাকৈ কেন্দ্ৰ স্থাপন কৰা হৈছে।

গুজৰাট বিধানসভাৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৯২ সহজেই অতিক্ৰম কৰি শাসকীয় বিজেপিয়ে ১১৭-১৫১ খন আসন জয়লাভ কৰাৰ সম্ভাৱনা দাবী কৰিছিল। এই সম্ভাৱনা সঠিক হোৱাটোৱেই এইমুহূৰ্তত প্ৰকট হৈ পৰিছে।

স্মৰ্তব্য যে গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ৭১.২৮ শতাংশ ভোটগ্ৰহণ হোৱাৰ বিপৰীতে এইবাৰ ৬৬.৩১ শতাংশ ভোটাৰে চৰকাৰ গঠনৰ বাবে মতদান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd