• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্ঘটনাত মৃত্যু ঘটা আঢ়ৈ বছৰীয়া শিশুৰ অংগদানেৰে জীৱন ৰক্ষা পৰিল ৭ টি শিশুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2020 1:57 pm

1 min read

a Newb
415
VIEWS
Share on FacebookShare on Twitter

এটি আঢ়ৈ বছৰীয়া কণ মানি শিশু।

পৃথিৱী খন ভালদৰে বুজি উঠাৰ পূৰ্বেই শিশুটিয়ে চিৰ দিনৰ বাবে চকু মুদিলে।

ছুৰাটৰ ভাতাৰ অঞ্চলত বাস কৰা যশ সঞ্জীৱ ওঝা নামৰ আঢ়ৈ বঠৰীয়া শিশুটিয়ে ৯ ডিচেম্বৰৰ দিনা ঘৰৰ বেলকনিত খেলি আছিল।

কিন্তু হঠাতে শিশুটি ঘৰৰ বেলকনিৰ পৰা তললৈ পৰি যায়।

লগে লগে শিশুটিক ছুৰাটৰ আম্ৰতা হস্পিতাললৈ নিয়া হয় ।

চিকিৎসকৰ অশেষ চেষ্টাৰ পিছতো ১৪ ডিচেম্বৰত যশৰ মৃত্যু ঘটে। শিশুটিৰ মৃত্যু ঘটাৰ পিছতে পিতৃ-মাতৃয়ে সিদ্ধান্ত ল’লে যে শিশুটিৰ অংগ দান কৰা হ’ব। সেই মৰ্মে শিশুটিৰ অংগ সংৰোপন কৰা দয় জীৱন-মৃত্যুৰে যুঁজি থকা আন ৭ টি শিশুৰ দেহত।

কেৱল ভাৰতৰে নহয়, ৰাছিয়া আৰু ইউক্ৰেইনৰ দুটি শিশুৰো প্ৰাণ ৰক্ষা পৰে যশৰ অংগৰে।

মাত্ৰ ১৬০ মিনিট সময়ৰ ভিতৰতে চিকিৎসালয় খনৰ পৰা ১ হাজাৰ ৬১৫ কিলোমিটাৰ দূৰত থকা চেন্নাইৰ এমজিএম হস্পিতাললৈ বিমানেৰে অনা হয় যশৰ অংগ।

যশৰ কিডনী সংৰোপন কৰা হয় সুৰেন্দ্ৰ নগৰৰ ১৩ আৰু ১৭ বছৰীয়া দুটি শিশুৰ শৰীৰত। যশৰ চকু সংৰক্ষণ কৰা হয় ছুৰাটৰ আই বেংকত।

যশৰ দুৰ্ভগীয়া পিতৃ-মাতৃৰ এটাই আশা তেওঁলোকৰ সন্তানৰ মৃত্যু ঘটিছে যদিও সাতজনে তেওঁলোকৰ সন্তানৰ বাবে নৱজীৱন লাভ কৰিছে। এয়াই তেওঁলোকৰ বাবে সান্ত্বনা।

 

Recent News

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

IMG-20210127-WA0006

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd