• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ সমীপৰ ক্ষেত্ৰীত ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলী চালনা অচিনাক্ত দুৰ্বৃত্তৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 29, 2020 8:59 pm
IMG_20200729_185654
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মহানগৰীৰ সমীপৰ ক্ষেত্ৰীত শিহৰণকাৰী ঘটনা সংঘটিত হয়।

ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত খালৈবাৰীত বুধবাৰে এই গুলীচালনা ঘটনা সংঘটিত হয়।

Apply Now

মৰিগাঁওৰ বালাজী হাৰ্ডৱেৰৰ স্বত্বাধিকাৰ ৰাকেশ কুমাৰ ৰাঠী চালক মফিজুল হুছেইনৰ সৈতে এ এছ ২১ চি ৬৭৭২ নম্বৰৰ বাহনত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গুৱাহাটীলৈ গৈ থকা অৱস্থাত খালৈবাৰীত গুলী চালনা কৰে কোনো অচিনাক্ত লোকে।

ঘটনা অনুসৰি মহিন্দ্ৰা জিতো বাহনখনৰ খিৰিকীৰ গ্লাচ ভঙা প্ৰত্যেক্ষ কৰি চালকে গাড়ীখন ৰখায়।

গাড়ীৰ ভিতৰত মাৰাণাস্ত্ৰৰ এটি গুলী দেখি তেওঁলোকক যে গুলীয়া হৈছিল সেয়া নিশ্চিত হয় আৰু লগে লগে ক্ষেত্ৰী আৰক্ষী থানাত সমগ্ৰ ঘটনা বিৱৰি কয়।

 ইপিনে গাড়ীৰ চালকজনে জনোৱা অনুসৰি সেই মূহুৰ্তত তেওঁলোকৰ কাষেৰে ৰঙা ৰঙৰ অল্টো গাড়ী এখন পাৰ হৈ গৈছিল আৰু তাৰ পৰাই গুলীওৱাৰ সন্দেহ কৰা হৈছে।

আনহাতে ব্যৱসায়ী ৰাঠীয়ে জনোৱা অনুসৰি তেওঁক পূৰ্বেও কোনো অচিনাকী লোকে ফোনযোগে ধন দাবী কৰিছিল আৰু সেই সন্দৰ্ভত মৰিগাঁও থানাত তেওঁ গোচৰ দাখিল কৰিছিল ।

ইতিমধ্যে  ঘটনাস্থলীত  মহানগৰ পূব আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত সুভাষিণী সংকৰম আৰু সহকাৰী আৰক্ষী আয়ুক্ত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd