• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাইজেৰিয়াত বিদ্যালয়ত আক্ৰমণ সন্ত্ৰাসবাদীৰ! নিহত শিক্ষক, ২৫ গৰাকী ছাত্ৰীক অপহৰণ

এন ই নাও নিউজ, অসমীয়া by এন ই নাও নিউজ, অসমীয়া
November 18, 2025 4:47 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাই আইনৰ শাসন। হিংসাত্মক পৰিস্থিতিত বিধ্বস্ত আফ্ৰিকান দেশ নাইজেৰিয়াত অপৰাধে চৰম ৰূপ ধাৰণ কৰিছে। এইবাৰ নাইজেৰিয়াত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। অস্ত্ৰধাৰী অপৰাধীৰ এটা দলে বলপূৰ্বকভাৱে বিদ্যালয়ত প্ৰৱেশ কৰি ২৫ গৰাকী ছোৱালীক অপহৰণ কৰে। আৰু এই ঘটনাক প্ৰতিহত কৰাৰ সময়ত বিদ্যালয়ৰ উপাধ্যক্ষক গুলীয়াই হত্যা কৰে। উগ্ৰপন্থীৰ বন্দুকৰ গুলীত আৰু কেইবাজনো লোক আহত হয়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা উত্তৰ-পশ্চিম নাইজেৰিয়াৰ কেবি ষ্টেট অঞ্চলত সংঘটিত হয় এই আক্ৰমণ। ইয়াৰে এখন ছোৱালীৰ বৰ্ডিং স্কুলত অত্যাধুনিক অস্ত্ৰৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। কোনোৱে একো বুজি পোৱাৰ আগতেই নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰিলে। বিদ্যালয়খনৰ উপাধ্যক্ষৰ থিতাতে মৃত্যু হয়। ইয়াৰ উপৰিও আন কেইবাজনো বিদ্যালয়ৰ কৰ্মচাৰী আহত হয়। এনে পৰিস্থিতিত দুষ্কৃতিকাৰীয়ে বিদ্যালয়ত প্ৰৱেশ কৰি ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীক টানি আনি হাবিলৈ লৈ যায়। তথ্য লাভ কৰাৰ পাছতে সেই স্থানলৈ যায় আৰক্ষী। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কোনে এই আক্ৰমণ সংঘটিত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Apply Now

উল্লেখ্য যে নাইজেৰিয়াত এনেধৰণৰ আক্ৰমণ নতুন নহয়। এই বছৰ মধ্য নাইজেৰিয়াত অৱস্থিত বেনুৱেত বন্দুকধাৰীৰ এটা দলে ভয়ংকৰ সাম্প্ৰদায়িক আক্ৰমণ চলাইছিল। শতাধিক গাঁৱৰ লোকক হত্যা কৰাৰ উপৰি কেইবাটাও পৰিয়ালক ঘৰত আবদ্ধ কৰি জুই লগাই দিয়া হয়। এই অঞ্চলৰ উত্তৰ অংশ প্ৰধানকৈ মুছলমান আৰু দক্ষিণ অংশ প্ৰধানকৈ খ্ৰীষ্টান। ফলত তাত মাজে মাজে সাম্প্ৰদায়িক হিংসাৰ সূচনা হয়। নাইজেৰিয়াত সন্ত্ৰাসবাদৰ আন এটা নাম হৈছে উগ্ৰপন্থী সংগঠন বকো হাৰাম। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত এক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। তেওঁ কয়, “যদি নাইজেৰিয়া চৰকাৰে খ্ৰীষ্টানসকলক সুৰক্ষা দিব নোৱাৰে তেন্তে আমেৰিকাৰ বন্দুক গৰ্জন কৰিবলৈ সাজু। আমি ইছলামিক সন্ত্ৰাসবাদক শিপাই উলিয়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

এন ই নাও নিউজ, অসমীয়া

এন ই নাও নিউজ, অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd