• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা!অভিনেতাজনৰ আবাসৰ প্ৰথম মহলাত লাগিল গুলী

by
April 14, 2024 10:55 am
1.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰাণৰ শংকাত ভুগিছে নেকি ছল্লু ভাই?আজি পুৱা বলীউড অভিনেতা ছলমান খানৰ মুম্বাই বাসগৃহৰ বাহিৰত গুলীৰ শব্দ শুনা যায় বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আজি পুৱা ৫ বজাত মটৰ চাইকেলত অহা দুজন অচিনাক্ত লোকে অভিনেতাজনৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰি দ্ৰুতগতিত সেই স্থানৰ পৰা আঁতৰি যায়।

ছলমান খান বাস কৰা অট্টালিকাটোৰ প্ৰথম মহলাতো গুলী লাগিছিল বুলি আৰক্ষীয়ে জনায় আৰু গুলীচালনাত বিদেশী পিষ্টল ব্যৱহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে। মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি গুলীচালনা কৰা ব্যক্তিসকলক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।

যোৱা বছৰ ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (এন আই এ) কয় যে জেলত থকা গেংষ্টাৰ লৰেন্স বিষ্ণোইয়ে হত্যা কৰাৰ পৰিকল্পনা কৰা ১০টা মূল লক্ষ্যৰ তালিকাত ছলমান খানে শীৰ্ষস্থান দখল কৰিছিল৷ যোৱা বছৰৰ ১১ এপ্ৰিলত আন এক ভাবুকি জনোৱাৰ পা‘ছত মুম্বাই আৰক্ষীয়ে খানৰ নিৰাপত্তাৰ মৰ্যাদা ৱাই+লৈ বৃদ্ধি কৰে।সেই সময়ত এজন প্ৰবাসী ভাৰতীয় ছাত্ৰই খানলৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰাৰ অভিযোগত লুকাউট চাৰ্কুলাৰ (এল অ’ চি) জাৰি কৰা হয়।

Recent News

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd