• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰুচৰণ সিং নিৰুদ্দিষ্ট হোৱাৰ ঘটনা! ‘তাৰক মেহতা কা উলতা চশমা’ৰ শ্বুটিঙস্থলীত পুলিচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2024 6:58 am
358
VIEWS
Share on FacebookShare on Twitter

অভিনেতা গুৰুচৰণ সিং নিৰুদ্দিষ্ট হোৱাৰ পাছত দাখিল কৰা গোচৰৰ ভিত্তিত সৈতে জড়িত তদন্তৰ ওপৰত ভিত্তি কৰি জনপ্ৰিয় টিভি শ্ব’ ‘তাৰক মেহতা কা উলতা চশমাৰ’ (টিএমকেঅ’চি)ৰ চেট পৰিদৰ্শন কৰে দিল্লী আৰক্ষীৰ এটা দলে।

ৰোশন সিং সোধিৰ চৰিত্ৰত অনুৰাগীৰ প্ৰিয় সিং, ২২ এপ্ৰিলৰ পৰা নিৰুদ্দিষ্ট হৈ আছে।দিল্লী আৰক্ষীয়ে পৰিয়ালটোৰ এজাহাৰ লাভ কৰাৰ পাছতে এই বিষয়ত অপহৰণ সম্পৰ্কীয় ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ নং ধাৰাত গোচৰ ৰুজু কৰে। ইয়াৰ পূৰ্বে ২৭ এপ্ৰিলত চিচিটিভি ফুটেজত দেখা গৈছিল যে ২২ এপ্ৰিলৰ নিশা ৯.১৪ বজাত সিং দিল্লীৰ পালাম অঞ্চলত আছিল, তাৰ পাছত তেওঁ নিৰুদ্দিষ্ট হৈছিল।

খবৰ অনুসৰি টিএমকেঅ’চিৰ বহু অভিনেতা তেওঁৰ সৈতে যোগাযোগত আছিল। অভিনেতাজনৰ অৱস্থানৰ আভাস বিচাৰিবলৈ দিল্লী আৰক্ষীয়ে শ্ব’টোৰ চেটসমূহ পৰিদৰ্শন কৰে৷শ্ব’টোৰ সৈতে জড়িত ছোহিল ৰমানীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দিল্লী আৰক্ষীৰ ভ্ৰমণ নিশ্চিত কৰে।

আটাইতকৈ দীৰ্ঘদিনীয়া ধাৰাবাহিক তাৰক মেহতা কা উলতা চশমাত ৰোশন সিং সোধিৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় নামত পৰিণত হোৱা গুৰুচৰণ সিঙে ২২ এপ্ৰিলৰ নিশা ৮:৩০ বজাত দিল্লীৰ পৰা মুম্বাইলৈ বিমানত ঘূৰি অহাৰ কথা আছিল।অৱশ্যে তেওঁ কেতিয়াও মুম্বাই বিমানবন্দৰত উপস্থিত নহ’ল, ঘৰলৈয়ো উভতি নাহিল। তেতিয়াৰ পৰাই তেওঁৰ ফোনটোও চুইচ অফ হৈ আছে।

অভিনেতাজনৰ পিতৃয়ে আৰক্ষীৰ এজাহাৰ দাখিল কৰে, আৰু ৩৬৫ নং ধাৰা (অপহৰণ)ৰ অধীনত গোচৰ ৰুজু কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd