• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ নাগৰিকলৈ গান্ধী জয়ন্তীৰ শুভেচ্ছা ৰাজ্যপাল মিশ্ৰৰ

NE NOW NEWS এন ই নাও নিউজ
তেজপুৰ , October 1, 2018 6:17 pm

1 min read

Brig. (Dr.) B.D. Mishra (Retd.) Governor - 1.24mb
99
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই ৰাজ্যখনৰ জনসাধাৰণক গান্ধী জয়ন্তীৰ ওলগ জনাইছে। নাগৰিকলৈ প্ৰেৰণ কৰা এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কৈছে, ”বন্ধুত্ববোধ, শান্তি আৰু সহ্যশক্তিক উদগনি দিয়াৰ আমাক গান্ধী জয়ন্তীয়ে মনত পেলাই দিয়ে। জাতিৰ উন্নতিৰ বাবে উৎসাহেৰে কাম কৰিবলৈও এই দিনোটৱে আমাক উৎসাহিত কৰে।” তেওঁ আশা ব্যক্ত কৰে যে গান্ধী জয়ন্তীয়ে মানুহক সত্য আৰু শান্তি পথ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব।

ৰাজ্যপালগৰাকীয়ে আৰু কৈছে যে মহাত্মা গান্ধীয়ে তেওঁৰ সমস্ত জীৱনটো নিঃস্ব, সম্বলহীন আৰু শোষিতসকলৰ কল্যাণৰ বাবে নিয়োজিত কৰিছিল। সাম্প্ৰদায়িক একতাৰ বানেধোন শক্তিশালী কৰা আৰু অখণ্ডতা ৰক্ষা কৰাৰ বাবে তেওঁ নিৰবিচ্ছিন্ন ভাৱে কাম কৰি গৈছিল।

আজি ভাৰতৰ সকলো নাগৰিকৰ অন্তৰত গান্ধী শান্তি আৰু স্বচ্ছতাৰ সমাৰ্থক হৈ পৰিছে। আজি এই স্মৰণীয় দিনটোত শান্তি আৰু ন্যায়ক উদগনি প্ৰতিজ্ঞা কৰিবলৈ আৰু গান্ধীৰ আদৰ্শৰে স্বচ্ছতা আৰু পৰিৱেশৰ উন্নতিসাধন কৰিবলৈ ৰাজ্যপালগৰাকীয়ে ৰাইজলৈ আহ্বান জনায়। তেওঁ আৰু কয় যে বৰ্তমানতকৈ অধিকতৰ সুন্দৰ পৃথিৱী ভৱিষ্যতৰ প্ৰজন্মৰ বাবে নিৰ্মাণ কৰাটো আমাৰ লক্ষ্য হোৱাটো উচিৎ বুলি তেওঁ কয়।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd