• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

জি আই এছ ভিত্তিক নলা নিৰ্মাণৰ পৰিকল্পনা ওপৰত আলোচনা; প্ৰকল্পৰ সংশোধনীৰ বাবে পৰামৰ্শদাতা সংস্থাক নিৰ্দেশ মন্ত্ৰী কৌশিক ৰায়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2026 8:47 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বানপানী আৰু জলমগ্ন সমস্যাক ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ উদ্দেশ্যে জনতা ভৱনত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকত জি আই এছ ভিত্তিক বিস্তৃত নলা নিৰ্মাণৰ মাষ্টাৰ প্লেন আৰু বাহিনী-ভৰলু অৱবাহিকাৰ বিতং প্ৰকল্পৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়।

বাৰিষাৰ সময়ছোৱাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত নিয়মীয়াকৈ সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ পৰিপ্ৰেক্ষিতত এই পৰ্যালোচনা অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। বৈঠকত উপস্থিত থকা বিভাগীয় বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞসকলে মাষ্টাৰ প্লেন আৰু প্ৰকল্প প্ৰতিবেদনত সন্নিৱিষ্ট পৰামৰ্শসমূহৰ ওপৰত পুংখানুপুংখ আলোচনা কৰাৰ লগতে প্ৰস্তাৱিত ব্যৱস্থাসমূহৰ কাৰ্যকাৰিতা, বহনক্ষমতা আৰু দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে পৰ্যালোচনা কৰে বুলি জানিবলৈ দিছে। এই আলোচনাত মন্ত্ৰী ৰায়ে গুৱাহাটীৰ জলমগ্ন সমস্যাক ফলপ্ৰসূভাৱে হ্ৰাস কৰিব পৰাকৈ এক বাস্তৱসন্মত আৰু শক্তিশালী নলা নিৰ্মাণৰ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Apply Now

পৰ্যালোচনাৰ সময়ত উত্থাপিত পৰ্যবেক্ষণ আৰু পৰামৰ্শসমূহৰ আধাৰত নিজৰ প্ৰস্তাৱসমূহ সংশোধন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ সৈতে জড়িত পৰামৰ্শদাতা সংস্থাসমূহক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও চূড়ান্ত অনুমোদন জনোৱাৰ পূৰ্বে সংশোধিত পৰিকল্পনাসমূহৰ এক বিস্তৃত পুনৰ্মূল্যায়ন কৰিবলৈ তেওঁ সকলো অংশীদাৰক নিৰ্দেশ দিয়ে যাতে কাৰিকৰী ত্ৰুটি আৰু ৰূপায়ণৰ ক্ষেত্ৰত আহিব পৰা প্ৰত্যাহ্বানসমূহ সঠিকভাৱে সমাধান কৰিব পৰা যায়। নগৰীয়া বান পৰিচালনাৰ ক্ষেত্ৰত এক সমন্বিত আৰু ভৱিষ্যতমুখী দৃষ্টিভংগী গ্ৰহণ কৰাৰ ওপৰতো বৈঠকত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। নলাৰ কাৰ্যক্ষমতা বৃদ্ধি, অত্যধিক বৰষুণৰ সময়ত প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত প্ৰকল্পসমূহৰ সময়োচিত ৰূপায়ণ আছিল আলোচনাৰ মুখ্য বিষয়।

এই গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া আনবামুথান এম পি, অসম নগৰীয়া আন্তঃগাঁথনি বিনিয়োগ পুঁজি পৰিচালনা কোম্পানী লিমিটেডৰপৰিচালন সঞ্চালক হিৱাৰে নিসৰ্গ গৌতম, একেটা সংস্থাৰ অতিৰিক্ত পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা হেমন্ত দেউৰী ভৰালী আৰু গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা প্ৰদ্যুম্ন বৰদলৈকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ দোঁহাৰি মন্ত্ৰী ৰায়ে এই নলা নিৰ্মাণ পৰিকল্পনাৰ কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰিবলৈ সকলো সংশ্লিষ্ট বিভাগৰ মাজত সমন্বয়মূলক প্ৰচেষ্টাৰ আহ্বান জনায়। ভৱিষ্যতে এই প্ৰকল্পৰ সঠিক ৰূপায়ণৰ জৰিয়তে গুৱাহাটীৰ অন্যতম প্ৰধান সমস্যা হিচাপে বিবেচিত কৃত্ৰিম বানপানীৰ এক দীৰ্ঘম্যাদী আৰু স্থায়ী সমাধান ওলাব বুলি আশা প্ৰকাশ কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd