• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী গ্ৰন্থমেলাৰ দিন ঘোষণা; চলি আছে বিপনীৰ প্ৰঃপত্ৰ বিতৰণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 25, 2019 5:52 pm

1 min read

গুৱাহাটী গ্ৰন্থমেলাৰ দিন ঘোষণা; চলি আছে বিপনীৰ প্ৰঃপত্ৰ বিতৰণ

প্ৰতিনিধিত্বমূলক ছবি। ফটো ইন্টাৰ্নেটৰ পৰা সংগৃহীত

325
VIEWS
Share on FacebookShare on Twitter

অহা ২৮ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰিলৈ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা।

প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰী কৰে।

ইতিমধ্যে গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাসকলৰ বাবে গ্ৰন্থমেলাত অংশগ্ৰহণৰ প্ৰঃপত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি কলিতাই ইচ্ছুক প্ৰকাশক তথা বিক্ৰেতাসকলক ১০ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ জমা দিবলৈ আহ্বান জনায়।

তেওঁ জনাই যে পূৰ্বৰ দৰে এইবাৰো অসম তথা দেশৰ বিভিন্ন স্থানৰ পৰা গ্ৰন্থ প্ৰকাশক-বিক্ৰেতাৰ উপৰি বহিঃৰাষ্ট্ৰৰ গ্ৰন্থ প্ৰকাশককো গ্ৰন্থমেলাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ গ্ৰন্থমেলাত বাংলাদেশৰ ১১ টা আগশাৰীৰ গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰাৰ উপৰি দেশখনক লৈ আটকধুনীয়াকৈ সজাই তোলা পেভিলিয়নে প্ৰন্থপ্ৰেমীৰ যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছিল।

ইচ্ছুক গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাসকলে গ্ৰন্থমেলাৰ বিষয়ে সবিশেষ জানিবলৈ বা প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামৰ মুখ্য কাৰ্য্যালয়ত যোগাযোগ কৰিব পাৰে।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd