• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্পেইনত হ’বলগা আন্তঃৰাষ্ট্ৰীয় ডবা প্ৰতিযোগিতাত ভাৰতৰ হৈ খেলিব গুৱাহাটীৰ মৃণ্ময়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 8, 2019 3:18 pm

1 min read

স্পেইনত হ’বলগা আন্তঃৰাষ্ট্ৰীয় ডবা প্ৰতিযোগিতাত ভাৰতৰ হৈ খেলিব গুৱাহাটীৰ মৃণ্ময়ে

মৃণ্ময় ৰাজখোৱা। ফটোৰ উৎস G Plus

188
VIEWS
Share on FacebookShare on Twitter

এক আন্তঃৰাষ্ট্ৰীয় ডবা খেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ মৃণ্ময় ৰাজখোৱা নামৰ এগৰাকী ছাত্ৰই।

G Plus প্ৰকাশিত এক বাতৰি অনুসৰি গুৱাহাটী মহানগৰীৰ সুদৰ্শন পাব্লিক স্কুলৰ ক্লাছ ৩ৰ ছাত্ৰ মৃণ্ময়য়ে ফিডে ৱ’ৰ্ল্ড কেডেট চে’ছ চেম্পিয়নস্বিপ (২০১৮)ৰ লৰাৰ ৮ বছৰ অনূৰ্ধ্ব শাখাত ভাগ ল’ব।

অহা ৩ নবেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ স্পেইনৰ ছেন্তিয়াগো ডী ক’ম্পষ্টিলাত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব বুলি বাতৰিটোত লগতে কোৱা হৈছে।

উল্লেখযোগ্য যে  মৃণ্ময় ৰাজখোৱাই যোৱা বৰ্ষত অনুষ্ঠিত ৭ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ডবা চেম্পিয়নশ্বিপত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি তেওঁ এই বছৰ থাইলেণ্ডত অনুষ্ঠিত ফিডে এছিয়ান কেডেট চেছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। যোৱা তিনি বছৰ ধৰি শিশু ডবা খেলুৱৈ মৃণ্ময় ৰাজখোৱাই আছাম চে’ছ ক্লাবত ডবা খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd