• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী মুকলি : দেশৰ শীৰ্ষ লীগত অসমৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লক্ষ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2019 6:26 am
3675057f-f203-4c64-9e84-64e00c61b745

গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী মুকলি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ প্ৰথম আনুষ্ঠানিক জাৰ্ছী বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামৰ চেম্পিয়ন্স ফুড ক’ৰ্টত উন্মোচন কৰা হয়। এই উপলক্ষে গুৱাহাটী চিটী এফচিৰ মুখ্য প্ৰশিক্ষক ৰংমন দাসে ক্লাবৰ ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সদৰী কৰি কয় যে ক্লাবৰ ২১ অনুৰ্ধ দলে শুকুৰবাৰৰ পৰা জিএছএ চি ডিভিজনত অংশ লৈ প্ৰথমবাৰলৈ আনুষ্ঠানিক প্ৰতিযোগিতামূলক ফুটবলৰ অধ্যায় আৰম্ভ কৰিব ৷

২০১৭ৰ জন্মলগ্নৰে পৰা তৃণমূল পৰ্যায়ৰ বিকাশত মনোনিৱেশ কৰি অহা ক্লাবটোৱে ইতিমধ্যে অসমৰ প্ৰথম সংগঠিত যুৱ লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ অনুষ্ঠিত কৰিছে আৰু আজাৰা, ৰৌতা, গোৰেশ্বৰ আদি বিভিন্ন স্থানত ফুটবল স্কুল স্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

Apply Now

তদুপৰি, ক্লাবৰ য়ুথ একাডেমীৰ অধীনত ২৩ গৰাকী যুৱ খেলুৱৈক আৱাসিক প্ৰশিক্ষণ দি থকা হৈছে। দাসে কয় যে অহা বছৰ য়ুথ আই লীগত যোগদানৰ প্ৰস্তুতি চলোৱা জিচিএফচিয়ে নিজৰ যুৱ দলসমূহৰ পৰাই অহা পাঁচ বছৰৰ ভিতৰত ছিনিয়ৰ দল গঠনৰ লক্ষ্য বান্ধি লৈছে যাতে দেশৰ শীৰ্ষ লীগত অসমক প্ৰতিনিধিত্ব কৰিব পাৰি ৷

অনুষ্ঠানত চেম্পিয়ন্স ফুড ক’ৰ্টৰ স্বত্বাধিকাৰ কুলজিৎ বৰ্মন, জিচিএফচিৰ সহ: প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা, ডৰিক ৰঞ্জন ডেকা, কৌস্তৱ চক্ৰৱৰ্তীয়ে জাৰ্ছীসমূহ উন্মোচন কৰে ৷

অনুষ্ঠানত সহকাৰী প্ৰশিক্ষক ৰোহিত শইকীয়া, ২১অনুৰ্ধ দলৰ অধিনায়ক মায়াৰাম বড়ো, সহঃ অধিনায়ক সন্দীপ ছিয়াংশ্বাইৰ লগতে জিচিএফচিৰ  ১৮ অনুৰ্ধ আৰু ২১অনুৰ্ধ দলৰ সকলো খেলুৱৈ উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd