• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ COVID-19ত আক্ৰান্তৰ বন্ধুৱে দাঙি ধৰিলে সজাগতাৰ বিৰল উদাহৰণ

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , April 5, 2020 12:59 pm

1 min read

COVID-10 positive cases reach 3900 in Assam

প্ৰতিনিধিত্বমূলক ফটো

33.9k
VIEWS
Share on FacebookShare on Twitter

মহানগৰী জুৰোডস্থিত স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মনীষ তিব্ৰেৱালাৰ কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ অতিশয় ঘনিষ্ঠ বন্ধু গুৰপ্ৰীত সিং উপ্পলে দেখুৱালে এক বিৰল উদাহৰণ।

কৰ’না আক্ৰান্তৰ সৈতে ঘনিষ্ঠতাৰ কথা লুকুৱাই নাৰাখি ঘৰলৈ যোৱাৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে উপ্পলে ।

সামাজিক মাধ্যমযোগে গুৰপ্ৰীত সিং উপ্পলে কয় যে মাৰ্চৰ প্ৰথম সপ্তাহত তেওঁ আক্ৰান্ত মনীষৰ ঘৰলৈ গৈছিল। কিন্তু ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ পৰাই তেওঁ নিজৰ লগতে পৰিয়ালকো ঘৰতে কোৱাৰেণ্টাইনত ৰাখিছে।

বৰ্তমান বিৰুবাৰীস্থিত কোৱাৰেণ্টাইন শিবিৰত আছে উপ্পল তথা তেওঁৰ পৰিয়াল  ৷  তেওঁৰ দেহত এতিয়ালৈ দেখা দিয়া নাই কৰ’নাৰ কোনো লক্ষণ।

WhatsApp-Image-2020-04-05-at-11.03.49-AM-300x218

তেওঁ লগতে কয় যে তেওঁৰ দেহত যদিও কৰ’না ভাইৰাছৰ কোনো লক্ষণ দেখা নাই তথাপি এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিছে।

তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে সাৱধান হ’বলৈও কৈছে উপ্পলে ৷

যি সময়ত নিজামুদ্দিনৰ লগত জড়িত কেইবাজনো লোকে পলাই ফুৰিছে অথবা আত্মগোপন কৰিছে সেই সময়ত চৰকাৰ তথা প্ৰশাসনক নিজৰ কথা ব্যক্ত কৰি  সহায় কৰিছে উপ্পলে ৷ যাৰ ফলত গুৰপ্ৰীত সিং উপ্পল এতিয়া হৈ পৰিছে এক আদৰ্শ৷

Tags: COVID19

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd