• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ পূজা মণ্ডপত ব্যতিক্ৰমী ৰূপ; ইছৰোৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ প্ৰতীকী উপস্থাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 4, 2019 6:00 pm

1 min read

Chandrayan-2

ইছৰোৰ চন্দ্ৰ অভিযানৰ প্ৰতীকী উপস্থাপন গুৱাহাটী দুৰ্গা পূজাত

1.5k
VIEWS
Share on FacebookShare on Twitter

ব্যাপক উলহ-মালহ আৰু প্ৰস্তুতিৰে আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজা।

পাঁচদিনীয়াকৈ পালন কৰিবলগীয়া দুৰ্গা পূজা উপলক্ষ্যে অসমৰ বিভিন্ন পূজা মণ্ডপ বিভিন্ন শৈলীৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

গুৱাহাটীৰ ছাত্ৰীবাৰী সাৰ্বজনীন দেৱ পূজাস্থান সমিতিৰ উদ্যোগত আয়োজিত পূজাত এইবাৰ বিশেষ ৰূপত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ প্ৰতীকী উপস্থাপন দাঙি ধৰা হৈছে।

ছাত্ৰীবাৰী দুৰ্গা পূজা সমিতিৰ দ্বিতীয় চন্দ্ৰ অভিযানৰ প্ৰতীকী উপস্থাপনে এতিয়া পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজৰ লগতে শিশু সকলক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ দ্বিতীয় চন্দ্ৰ অভিযানে সমগ্ৰ পৃথিৱীত ভাৰতীয় বিজ্ঞানীৰ সুনাম বৃদ্ধি কৰিলে আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অৱদানক জনসাধাৰণৰ মাজত তুলি ধৰাৰ উদ্দেশ্যেই এনেদৰে পূজা মণ্ডপত চন্দ্ৰযান-২ৰ প্ৰতীকী উপস্থাপন কৰা হৈছে বুলি নৰ্থ-ইষ্ট নাওক পূজা সমিতিৰ এগৰাকী প্ৰতিধিনিয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, লোকবিশ্বাস অনুসৰি এইবাৰ দেৱী মাৰ ঘোঁৰাত আগমণ ঘটিছে আৰু ঘোঁৰাত উঠিয়ে দেৱী মাই প্ৰস্থান কৰিব।

Recent News

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd