• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা নেতাৰ সৈতে ‘অবৈধ সম্পৰ্ক’ৰ পৰিণতিত আৰক্ষীৰ জালত শিৱসাগৰৰ মহিলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2019 10:22 pm

1 min read

JS-750x375

জাহ্নৱী শইকীয়া। উৎস-ফেইচবুক

11.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ জু–ৰোডত বুধবাৰে সন্ধিয়া সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত জৰিত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰা শিৱসাগৰৰ ৪৮ বছৰীয়া মহিলাগৰাকীৰ এজন আলোচনাপন্থী আলফা নেতাৰ লগত থকা অবৈধ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে।

আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত থকা সন্দেহত জাহ্নৱী শইকীয়া নামৰ মহিলাগৰাকীক আটক কৰে। আটক কৰা মহিলাগৰাকীৰ আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ লগত অবৈধ সম্পৰ্ক থকা বুলি অভিযোগ উঠিছে।

jahnabi saikia

বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা জাহ্নৱীৰ পাঞ্জাবাৰীত থকা বাসগৃহলৈ ৰাজগুৰু প্ৰায়ে আহি থকা বুলি খবৰ পোৱা গৈছে।

ঘৰৰ মালিকে উল্লেখ কৰা মতে জাহ্নৱীয়ে ভাৰাঘৰত ঘৰুৱা কামৰ সহায়কাৰীৰ লগত থাকে।

অভিনেত্ৰী হিচাপে অলপ–অচৰপ চিনাকী থকা জাহ্নৱীৰ পতি ড০ অমিত শইকীয়াৰ লগত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হোৱা নাই যদিও দুয়ো বহু বছৰৰ পৰা পৃথকে পৃথকে থাকে। জাহ্নৱীৰ পতি অমিত শইকীয়া নাজিৰাৰ এখন চিকিৎসালয়ত কৰ্তব্যৰত হৈ আছে।

জাহ্নৱীয়ে টিভিত অভিনয় কৰাৰ উপৰিও কবিতাও লিখে। তেওঁ লিখা বহুকেইটা কবিতা ফে’চবুকত ৰাজগুৰুৰ নামত উচৰ্গা কৰিছিল।

দুটা সন্তানৰ মাতৃ জাহ্নৱীয়ে ২০১২ চনতে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহি ভালেমান ঠাইত ভাড়াঘৰ লৈ আছিল।

গুৱাহাটীলৈ অহাৰ পূৰ্বে জাহ্নৱীয়ে শিৱসাগৰত এটা কম্পিউটাৰ প্ৰতিষ্ঠান চলোৱাৰ লগতে বীমা কোম্পানিত কাম কৰিছিল।

Recent News

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd