• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, December 10, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত ত্ৰিপুৰাৰ দুজন যুৱক; জব্দ নিচাজাতীয় টেবলেট

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 6, 2019 2:36 pm

1 min read

Drugs

ফটো : নৰ্থ-ইষ্ট নাও

731
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ দুজন বহিঃ ৰাজ্যৰ যুৱকক ৰেইলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

যুৱক দুজন ক্ৰমে ত্ৰিপুৰাৰ আম্বাছা জিলাৰ অম্লান দাস (২৮) আৰু নেপাল দাস (২৯) বুলি জানিবলৈ দিয়ে।

ৰেইলৱে আৰক্ষীয়ে ধৃত যুৱক দুজনৰ পৰা ৪৩২ টা স্পেচ’ৰিড পক্সিভন (spasorid poxivon) টেবলেট জব্দ কৰে। বৰ্তমান ৰেইলৱে আৰক্ষীৰ জিম্মাত আছে ধৃত যুৱক দুজন।

জানিব পৰা মতে যুৱক দুজনে আগৰতলাৰ পৰা দিল্লীলৈ আহি থকা অৱস্থাতে গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে টেবলেটখিনি।

উল্লেখ্য যে যুৱক দুজনে o-২০৫০১ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছেৰে দিল্লীলৈ উক্ত নিচাযুক্ত টেবলেটখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।

বৰ্তমান দুয়োজন যুৱকৰ বিৰুদ্ধে ৰেইলৱে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

নৰ্থ-ইষ্ট নাওৰ বিভিন্ন ভিডিঅ’ চাবলৈ আমাৰ YouTube চেনেলটো Subscribe কৰক

Recent News

DulalBora

RTI কৰ্মী দুলাল বৰাৰ বাসগৃহত আৰক্ষীৰ অভিযান; আপত্তিজনক নথি, বেংকৰ কাগজ-পত্ৰ জব্দ

Nomal Momin Post

বিজেপিৰ বিধায়ক ৰাজেন বৰঠাকুৰৰ অৱস্থা সংকটজনক; মৃত্যু হোৱা বুলি ফেইচবুকত পোষ্ট সতীৰ্থ বিধায়কৰ

Protest in front of Queen Ojha's Residence

গুৱাহাটীত লোহাৰ গেইট ভাঙি বিজেপিৰ সাংসদৰ বাসগৃহত প্ৰৱেশ আন্দোলনকাৰীৰ

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক; শিৱসাগৰত উত্তপ্ত পৰিস্থিতি, সাংবাদিকক আক্ৰমণ আৰক্ষীৰ

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক; শিৱসাগৰত উত্তপ্ত পৰিস্থিতি, সাংবাদিকক আক্ৰমণ আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd