DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী লকডাউন: গেলামাল, শাক-পাচলি, ফলমূল বিক্ৰীৰ ক্ষেত্ৰত নতুন নিৰ্দেশ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 9, 2020 9:11 pm
Guwahati lockdown: New order on wholesale and retail of essential commodities
417
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে গুৱাহাটীত চলিত লকডাউনত গেলামাল, শাক-পাচলি, ফলমূল আদিৰ কিনা-বেচাৰ ক্ষেত্ৰত বৃহস্পতিবাৰে নতুন নিৰ্দেশ জাৰি কৰিছে।

নিৰ্দেশ অনুসৰি কাইলৈ অৰ্থাৎ ১০ জুলাইত চাউল, আটা, দাইল, পিয়াঁজ, আলু, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পাইকাৰী বিক্ৰেতাসকলে সামগ্ৰী মজুত কৰিব পাৰিব।

দিনৰ দহ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ এই কামৰ অনুমতি প্ৰদান কৰা হৈছে।

Guwahati lockdown: New order on wholesale and retail of essential commodities

১১ জুলাইত পাইকাৰী বিক্ৰেতাসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ খুচুৰা ব্যৱসায়ীক বিক্ৰীৰ অনুমতি দিয়া হৈছে।

দিনৰ দহ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ এই কামৰ অনুমতি প্ৰদান কৰা হৈছে।

১১ জুলাইত আৱাসিক এলেকাসমূহত সামাজিক দূৰত্ব বজাই ৰাখি ফলমূল আৰু শাক পাচলি বিক্ৰী কৰিব পাৰিব।

১১ জুলাইত গেলামাল আৰু ব্যক্তিগত পৰিচ্ছন্নতাৰ সামগ্ৰ্ৰী বিক্ৰী কৰা দোকানসমূহক পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

এই সময়চোৱাত পথৰ কাষত ফলমূল, শাক-পাচলি, মাছ আদি বিক্ৰীৰ অনুমতি দিয়া নহ’ব।

Tags: COVID-19

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd