• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ সাংসদগৰাকীয়ে সংসদত গোটেই উত্তৰ-পূৰ্বাঞ্চলকে প্ৰতিনিধিত্ব কৰে : কিৰিপ চলিহা

অনুপ শর্মা by অনুপ শর্মা
March 31, 2019 12:48 pm
4regKirip_2C-2-750x375

গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহা। ফটো: দ্য টেলিগ্ৰাফ ডটকমৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গোটেই ৰাজ্যখনতে নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাই কয় যে গুৱাহাটী সমষ্টিৰ সাংসদজনৰ দায়বদ্ধতা ৰাজ্যখনৰ আন ১৩ জন সাংসদৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ।

চলিহাই এই মৰ্যাদাপূৰ্ণ লোকসভা আসনখনত ১৯৯১ আৰু ২০০৪চনত দুবাৰকৈ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে সংসদলৈ নিৰ্বাচিত হৈছিল। তেওঁ কয় যে সাংসদ এগৰাকীৰ প্ৰাথমিক দায়িত্ব হৈছে সমষ্টিটোৰ বিশেষ অঞ্চলৰ সমস্যাসমূহ সংসদত তুলি ধৰাটো।

Apply Now

‘’মই গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ ভাল কথা ক’ব পৰা দক্ষতা থকাটো বিচাৰো যিয়ে নেকি সংসদত ভাল বক্তৃতা দিব পাৰে আৰু কেৱল অসমৰে নহয়, কিন্তু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে সমস্যাসমূহ সংসদত তুলি ধৰিব পাৰে,‘’-তেওঁ কয়।

‘’গুৱাহাটী অসমৰ ৰাজধানী চহৰ আৰু লগতে উত্তৰ-পূৰ্বাঞ্চলৰো কেন্দ্ৰীয় মহানগৰ। গতিকে, গুৱাহাটী লোকসভাৰ সাংসদগৰাকীয়ে অকল সমষ্টিটোকে প্ৰতিনিধিত্ব নকৰে কিন্তু গোটেই উত্তৰ-পূৰ্বাঞ্চলকে প্ৰতিনিধিত্ব কৰিব পাৰে। তেওঁৰ প্ৰধান কাম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টিভংগী দাঙি ধৰা আৰু সমস্যাবোৰ সংসদৰ উপৰি ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়া,’’-চলিহাই কয়।

প্ৰাক্তন সাংসদগৰাকীয়ে লগতে আঙুলিয়াই দিয়ে যে দুৰ্ভাগ্যজনকভাৱে ৰাইজে এগৰাকী লোকসভাৰ সাংসদক কিছুমান সাধাৰণ কাম যেনে তেওঁ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা বা আন নাগৰিকৰ সা-সুবিধাৰ সমস্যাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰে।

‘’এই ধৰণৰ কাম স্থানীয় বিধায়কৰ সহায়ত বা পৌৰনিগম অথবা পঞ্চায়ত প্ৰতিনিধিৰ সহায়তো কৰিব পৰা যায়। সাংসদ এগৰাকীৰ এক বৃহৎ ভূমিকা পালন কৰিবলগীয়া আছে,’’-চলিহাই কয়।

তেওঁ লগতে উল্লেখ কৰে যে সাংসদৰ ক্ষেত্ৰত দুখজনক কথাটো হ’ল যে প্ৰকৃততে সাংসদগৰাকীৰ কামকাজৰ মূল্যায়ন বেছিভাগ ব্যৱস্থাটোৰ যি অংশ নহয় সেইবোৰ লোকেহে কৰা দেখা যায় আৰু সাংসদগৰাকীয়ে প্ৰদান কৰা সেই সাৰুৱা ভাষণটো কাচিৎহে সংবাদ মাধ্যমে গুৰুত্ব দিয়ে বা কাচিৎহে গৱেষণাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়।

গুৱাহাটীৰ বৰ্তমান সাংসদ বিজয়া চক্ৰৱৰ্তীৰ মূল্যায়ন সন্দৰ্ভত সোধাত চলিহাই তেওঁ ব্যক্তিগত মন্তব্য দিব নিবিচাৰে বুলি কৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত সোধাত চলিহাই উল্লেখ কৰে যে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কোনোৱে সম্পূৰ্ণ সুখী বা তীব্ৰ অসন্তুষ্ট হ’ব নোৱাৰে।

‘’ৰাজনৈতিক দলবোৰৰ তেওঁলোকৰ নিজা বাধ্যবাধকতা থাকে আৰু মই এই বিষয়ে বহলাই ক’ব নিবিচাৰো,’’-তেওঁ কয়।

অনুপ শর্মা

অনুপ শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd