DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয় বৰভাগ ক্লাব গ’লফত গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চেম্পিয়ন

ৰানাৰ্ছ আপৰ হবলৈ সক্ষম হয় জাকিৰ হুছেইন, ৰাঘব শুক্লা, আনছু শুক্লা, চন্দন  শইকীয়া আৰু অজয় শুক্লাৰ দল মিছা প'ল' ক্লাব । মহিলাৰ শাখাত  খনশ্ৰী ব্ৰহ্ম চূড়ান্ত বিজয়ী আৰু ও'মা তিৱাৰী টাৰীয়ানে ৰানাৰ্ছ আপৰ বঁটা লাভ কৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2023 7:46 pm
85
VIEWS
Share on FacebookShare on Twitter

তেজপুৰৰ জিটিএ গ’লফ কোৰ্চত ৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় বৰভাগ কাপ, ইণ্টাৰ ক্লাব গ’লফ টুৰ্ণামেণ্টত এছএন চৌধুৰী, সঞ্জয় চৌধুৰী, সঞ্জীৱ জৈছৱাল, গৌতম বৰকটকীৰ দল গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চূড়ান্ত বিজয়ী হবলৈ সক্ষম হয় ।

ৰানাৰ্ছ আপৰ হবলৈ সক্ষম হয় জাকিৰ হুছেইন, ৰাঘব শুক্লা, আনছু শুক্লা, চন্দন  শইকীয়া আৰু অজয় শুক্লাৰ দল মিছা প’ল’ ক্লাব । মহিলাৰ শাখাত  খনশ্ৰী ব্ৰহ্ম চূড়ান্ত বিজয়ী আৰু ও’মা তিৱাৰী টাৰীয়ানে ৰানাৰ্ছ আপৰ বঁটা লাভ কৰে

বেষ্ট  গ্ৰছ (০-৩০)ত বিজয়ী হয় জাকিৰ হুছেইন আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল আৰ.এছ. ভাণ্ডাৰী।  বেষ্ট নেট (০-৩)ত বিজয়ী হয় জ’হানন ৰামংগ আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এছ.কে.টেৰী ।

ষ্টেবল ফৰ্ড (০-৯)ত বিজয়ী হয় সঞ্জীৱ জৈছৱাল আৰু ৰানাৰ্ছ আপ হয় ভাকু কুমাৰ । ষ্টেবল ফৰ্ড (১০-১৭)ত বিজয়ী হয় লেফটানেন্ট কৰ্ণেল কুলদ্বীপ গেহলট আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এন.এপি. এছ ৰাঘব, ষ্টেবল ফৰ্ড (১৮-২৪)ত বিজয়ী হয়  কৰ্ণেল এম.চাগীৰ আলি আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল অমৰ নাথ । প্ৰ’ গ্ৰছত বিজয়ী হয় মনোজ ভূমিজ আৰু ৰানাৰ্ছ আপ হয় দেবেন ভূমিজ ।

স্কিল শাখাত ক্লজেষ্ট টু পিনৰ বঁটা লাভ কৰে সঞ্জীৱ জৈছৱালে , ষ্ট্ৰেইট ড্ৰাইভত বঁটা লাভ কৰাৰ অমিত শুক্লবৈদ্য আৰু কৰ্ণেল আৰ.এছ। ভণ্ডাৰি ।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব  কুমাৰ সঞ্জয় কৃষ্ণ (আইএএছ)বৰভাগ ফাউণ্ডেচনৰ উত্তৰ  পূৰ্বাঞ্চলত গ’লফৰ প্ৰচাৰৰ বাবে এই পদক্ষেপক প্ৰশংসা কৰে ।

বৰভাগ ফাউণ্ডেচন আয়োজন কৰা বৰভাগ কাপৰ উদেশ্য হল উত্তৰ পূৰ্বাঞ্চলত গ’লফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰা কিয়নো এতিয়া গ’লফ বৰ্তমান অলিম্পিকৰ অংশ ।

Recent News

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd