DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ বাবে ব’ল ব’মৰ কাৰ্য্যসূচী বাতিল কৰিছে শুক্ৰেশ্বৰ দেৱালয়ে

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 18, 2020 7:06 pm
475
VIEWS
Share on FacebookShare on Twitter

বিশ্বত্ৰাস ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ঐতিহ্যমণ্ডিত শুক্ৰেশ্বৰ দেৱালয়ত প্ৰতিবছৰে জুলাই মাহত অনুষ্ঠিত হৈ অহা ব’ল ব’মৰ সকলো কাৰ্য্যসূচী এইবছৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কতৃপক্ষই।

বৃস্পতিবাৰে শুক্ৰেশ্বৰ দেৱালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক সংবাদ মেলত মন্দিৰ পৰিচলনা সমিতিৰ কাৰ্য্যকৰী সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই এই কথা জানিবলৈ দিয়ে।

ভট্টচাৰ্য্যই কয়, ‘ব’ল বমৰ সময়ত শুক্লেশ্বৰ দেৱালয়, বশিষ্ঠ দেৱালয়, জনাৰ্দ্দন দেৱালয় আৰু বানেশ্বৰ দেৱালয়ত বহু ভক্তৰ সমাগম হয়। ৫ জুলাইৰ পৰা ৩ আগষ্টলৈ অনুষ্ঠিত হ’ব ব’ল ব’ম। সেই বাবেই আটাইকেইখন দেৱালয়ৰ সমিতিয়ে আলোচনা কৰি ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ব’ল ব’মৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে’।

আনহাতে বহুতো ভক্তৰ আগমন হয় ব’ল ব’ম উপলক্ষে সেয়ে কৰ’না সংক্ৰমন ৰোধ কৰিবলৈ চৰকাৰে বলবৎ কৰা নিয়মাৱলীসমূহ মানি চলা সম্ভৱ নহ’বও পাৰে লগতে ইয়াৰ ফলত গণ সংক্ৰমনৰ আশংকা অধিক বুলি বিবেচনা কৰি এই বৰ্ষৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি কয় ভট্টচাৰ্য্যই ৷

ইপিনে ব’ল ব’মৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ জিলা প্ৰশাসনক অনুৰোধ জনাই ৷

সংবাদমেলত উপস্থিত থাকে বশিষ্ঠ ,জনাৰ্দন আৰু বানেশ্বৰ দেৱালয়ৰ প্ৰতিনিধিবৰ্গ।

Recent News

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd