DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰহস্যজনক ভাবে সন্ধানহীন গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী তথা ছোহাম শ্বপিৰ স্বত্বাধিকাৰ সন্দীপ জালান

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2021 7:35 pm
Sandip-Jalan-1-750x375
226
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী তথা ছোহাম শ্বপিৰ স্বত্বাধিকাৰ সন্দীপ জালান নিৰুদ্দেশ হৈ পৰিছে। কালি সান্ধ্য ভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ব্যৱসায়ী জন।

পৰিয়ালৰ লোকে বহু চেষ্টা কৰিও ব্যৱসায়ী জনৰ কোনো সন্ধান উলিয়াব পৰা নাই অথবা তেওঁৰ সৈতে সম্পৰ্কও স্থাপন কৰিবলৈ সক্ষম হোৱা নাই।

মঙলবাৰৰ সন্ধিয়াৰে পৰা সন্দীপ জালানৰ মোবাইল ফোন বন্ধ হৈ আছে।পৰিয়ালৰ লোকেইতিমধ্যে ব্যৱসায়ী জনৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে আৰু এজাহাৰো দাখিল কৰিছে।

জানিব পৰা মতে মঙলবাৰে জালানক তেওঁৰ গাড়ীচালক দীপক সোণাৰে মহানগৰীৰ পল্টন বজাৰৰ গোল্ড চিনেমাৰ ওচৰত গাড়ীৰ পৰা নমাই দিছিল।

আৰক্ষীয়ে গাড়ীচালক জনক সোধা-পোছা কৰি আছে যদিও ব্যৱসায়ী জনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

গাড়ী চালক সোণাৰে প্ৰকাশ কৰা মতে ব্যৱসায়ী জনে গাড়ীৰ পৰা নামি যোৱাৰ সময়ত হাতত এটা চ্যুটকেছ আছিল।

ইপিনে আৰক্ষীয়ে ব্যৱসায়ী জনৰ মোবাইল ফোনটোৰ অৱস্থিতি ছয়গাঁৱত পোৱা বুলি জানিব পৰা গৈছে।এয়া আত্মগোপন নে অপহৰণ সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Recent News

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd