• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি ভি কে কৰ্তৃপক্ষৰ বিৰুদ্ধে আলোচনাৰ নামত মাতি নি অত্যাচাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 9, 2018 3:14 pm
জি ভি কে কৰ্তৃপক্ষ বনাম প্ৰতিবাদকাৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৰুৰীকালীন ১০৮ ১০২ কৰ্মচাৰীসকলে ৪ দিন ধৰি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী চলাই নিয়াৰ মাজতে শনিবাৰে আলোচনাৰ বাবে জি ভি কে কৰ্তৃপক্ষই মাতি নি কৰ্মচাৰীসকলক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ তোলে প্ৰতিবাদী কৰ্মচাৰীসকলে। তদুপৰি, জিভিকেৰ অসমৰ এইচ আৰ পি. এন ৰাওৰ বিৰুদ্ধে অসমীয়া জাতিক ধৰি অশ্লীল শব্দৰে গালি-গালাজ পৰাৰ অভিযোগ তোলে ১০৮ কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিবৰ্গই।

উল্লেখ্য যে, পাঁচ দিন পাৰ হৈ যোৱাৰ পাছতো অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি আছে ১০৮, ১০২আৰু জৰুৰীকালীন কৰ্মচাৰী সন্থাই। আনহাতে শনিবাৰে সন্ধিয়া ৬ বজাৰ পৰা আলোচনা অনুষ্ঠিত কৰাৰ বাবে হুংকাৰ দিয়াৰ লগতে জি ভি কে কৰ্তৃপক্ষই তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে পৰিয়ালৰ লোককো গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিয়া বুলি গুৰুতৰ অভিযোগ তোলে ১০৮-১০২ ৰ ই আৰ অ’ অনুপ জ্যোতি ডেকাই।

Apply Now

আনহাতে, জি ভি কে কৰ্তৃপক্ষই আলোচনাৰ নামত মাতি নি নিশা ১২ বজালৈকে সকলোকে বহুৱাই থৈ দিয়া বুলি জানিবলৈ দি ডেকাই কয়, ‘’ৰাতি এগৰাকী মহিলা কৰ্মচাৰীক জি ভি কেৰ অসমৰ নিযুক্তিদাতা বিষয়া চমুকৈ এইচ আৰ পি এন ৰাৱে অশ্লীল বাক্যবানেৰে অসমীয়া জাতিক ধৰি গালি গালাজ কৰিছিল।‘’

তেওঁ লগতে পি এন ৰাওৰ বিৰুদ্ধে অভিযোগ তুলি কয়, ‘‘অশ্লীল শব্দ ব্যৱহাৰ কৰি তেওঁ অসমীয়া জাতিয়ে তেওঁলোকৰ কি ক্ষতি কৰিব বুলিও কয়।‘‘

পি এন ৰাও আৰু মহিলা কৰ্মচাৰীগৰাকীৰ মাজত বাক্-বিতণ্ডা চলি থকাৰ সময়তে সন্থাৰ কেইজনমান কৰ্মচাৰীয়ে পৰিবেশটো শান্ত কৰাৰ বাবে চেষ্টা কৰিছিল বুলি তেওঁ আমাৰ সাংবাদিকক জানিবলৈ দি লগতে কয়, ‘’তেতিয়াই আমাৰ চাৰিজন কৰ্মচাৰী ক্ৰমে ৰফিকুল ইছলাম, প্ৰাঞ্জল শইকীয়া, প্ৰাঞ্জল শৰ্মা আৰু ফইজুল ইছলামক গড়চুক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়।‘’

আনহাতে, গড়চুক আৰক্ষীৰ প্ৰতিও অভিযোগৰ আঙুলি তুলি তেওঁ কয়, ‘‘যিকেইজনক আটক কৰি লৈ গৈছিল, সেইকেইজনক সাক্ষাৎ কৰিবলৈ যোৱা আন বহুগৰাকীকো আৰক্ষীয়ে থানাতে আৱদ্ধ কৰি থয়।‘‘

আনহাতে, অসমীয়া জাতিক কেন্দ্ৰ কৰি এগৰাকী বহিঃৰাজ্যৰ বিষয়াই অশ্লীল শব্দৰে গালি-গালাজ কৰাটো সহ্য কৰা নহ’ব বুলি তেওঁ উল্লেখ কৰি লগতে কয়, ‘’আমি এই কথাক লৈ ৰাজহুৱা মুণ্ডন কাৰ্য্যসূচী হাতত ল’ম।‘‘

উল্লেখযোগ্য যে  ১৪৪ ধাৰা ভংগ কৰাৰ বাবে ৫ দিন ধৰি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি থকা প্ৰতিবাদকাৰীসকলক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd