• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 17, 2022 6:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি শেহতীয়াকৈ চৰ্চালৈ অহা বাৰানসীৰ জ্ঞানৱাপী মছজিদৰ শিৱলিংগৰ প্ৰসংগত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়। স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত শুনানি গৰিহণ কৰি উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে।

সেইমৰ্মে যি ঠাইত শিৱলিং পোৱা গৈছে সেই অঞ্চলটো সংৰক্ষিত কৰাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে লগতে নিৰ্দেশ দিছে যে শিৱলিংগ পোৱা অঞ্চলটো সুৰক্ষিত কৰাৰ লগতে মুছলমানসকলক মছজিদত প্ৰৱেশ কৰাত কোনো ধৰণে বাধা দিব অথবা নামাজ পঢ়া বন্ধ কৰিব নোৱাৰিব।

Apply Now

আজি উচ্চতম ন্যায়ালয়ে বাৰাণসীৰ জ্ঞানৱাপী মছজিদ চৌহদৰ জৰীপৰ ওপৰত স্থগিতাদেশ বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে অঞ্জুমান ইণ্টেজামিয়া মছজিদ সমিতিৰ আবেদনৰ শুনানি গ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে গোচৰটোৰ সম্পৰ্কত এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে তেওঁলোকে মছজিদত জৰীপ বন্ধ কৰিবলৈ বা বিষয়টোত হস্তক্ষেপ নকৰে।

এই ৰায়ক প্ৰত্যাহ্বান জনাই অঞ্জুমানে ইন্তেজামিয়া মছজিদ সমিতিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। কাশীৰ জ্ঞানৱাপী মছজিদ পৰিচালনাৰ দায়িত্ব এই সমিতিৰ হাতত আছে।

ইপিনে, উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে সোমবাৰে বাৰাণসী আদালতৰ নিৰ্দেশত জ্ঞানৱাপী মছজিদৰ ওজুখানা বন্ধ কৰি দিয়া হয়।

জানিব পৰা গৈছে যে অঞ্জুমানে ইন্তেজামিয়া মছজিদ সমিতিয়েও এই আদেশক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰিব।

উল্লেখ্য যে তৃতীয় দিনৰ জৰীপৰ সময়ত মছজিদৰ ওজুখানাত এটা শিল পোৱা গৈছিল। এই পৰিস্থিতিত, এগৰাকী অধিবক্তাই শিলটো শিৱলিঙ্গ বুলি দাবী কৰি আদালতৰ কাষ চাপিছিল আৰু স্থনটো ছীল কৰিবলৈ অনুৰোধ কৰিছিল। এই সন্দৰ্ভত বাৰাণসী আদালতে ওজুখানা ছীল কৰাৰ নিৰ্দেশ দিয়ে।

অৱশ্যে, মুছলমান পক্ষই দাবী কৰে যে তাত পোৱা শিলটো শিৱলিঙ্গ নহয়, এটা ঝৰ্ণাহে। এইক্ষেত্ৰত বিভ্ৰান্তি বিয়পোৱা বুলি অভিযোগ কৰা হৈছে।

উল্লেখ্য যে আদালতৰ নিৰ্দেশত ১৪ মে’ত কাশীৰ জ্ঞানৱাপী মছজিদৰ জৰীপৰ কাম পুনৰ এবাৰ আৰম্ভ কৰা হৈছিল। দিল্লীৰ বাসিন্দা ৰাখী সিং, লক্ষ্মী দেৱী, সীতা চাহু আৰু অন্যান্যসকলে দাখিল কৰা আবেদনৰ পিছত বাৰাণসী জিলা আদালতৰ নিৰ্দেশত এই জৰীপটো চলোৱা হৈছে। অধ্যয়নটোৰ ভিডিঅ’গ্ৰাফাৰে দাবী কৰিছিল যে জৰীপ আৰু ভিডিঅ’গ্ৰাফীৰ সময়ত বাৰাণসীৰ জ্ঞানৱাপী-শৃংগাৰ গৌৰী কমপ্লেক্সৰ খুব ওচৰতে দুটা স্বস্তিকৰ চিহ্ন দেখা গৈছিল। তাৰ পিছতেই উত্তেজনা বিয়পি পৰে। পিছত প্ৰতিবাদৰ সন্মুখীন হৈ জৰীপটো পিছুৱাই দিয়া হয়।

আনহাতে, মুছলিম পক্ষই আয়ুক্তক অপসাৰণৰ দাবী জনায়। অৱশ্যে, আদালতে আয়ুক্ত বদলিৰ অনুৰোধ খাৰিজ কৰে। তদুপৰি, এই জৰীপটো দ্ৰুততাৰে সম্পূৰ্ণ কৰিবলৈ আৰু প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

জৰীপৰ সময়ত মছজিদৰ ভিতৰৰ এটা এলেকাত এটা শিৱলিঙ্গ পোৱা বুলি দাবী উঠাৰ পিছতে এটা গোচৰ ৰুজু কৰা হয় আৰু এতিয়া সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয় পাইছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd