• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান! নকল Windows 11ডাউনলোড কৰিলে কবলত পৰিব পাৰে হেকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2021 9:29 am
index
348
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ মাইক্ৰ’ছফটে Windows 11মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াকে লৈ য়ুজাৰৰ মাজত উৎসাহো বৃদ্ধি পাইছে।

কিন্তু য়ুজাৰৰ এনে উৎসাহৰ সুযোগ লৈছে হেকাৰে। তেওঁলোকে ইতিমধ্যে নকল Windows 11 প্ৰস্তুত কৰি উলিয়াইছে।

এই নকল Windows 11 ডাউনলোড কৰি ইনষ্টল কৰিলেই হেকাৰৰ কবলত পৰিব পাৰে য়ুজাৰ।

কম্পিউটাৰৰ বাবে এন্টিভাইৰাছ প্ৰস্তুত কৰা সংস্থা কাছপাৰস্কি (Kaspersky)ৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।কাছপাৰস্কিৰ প্ৰতিবেদন অনুসৰি নকল Windows 11 ইনষ্টল কৰাৰ হাৰ পূৰ্বতকৈ বহু বৃদ্ধি পাইছে।

আনহাতে, হেকাৰসকলে য়ুজাৰসকললৈ Windows 11 ৰ ইনষ্টল কৰাৰ লিংক সৰবৰাহ কৰিছে। এনে  Windows 11 কোনোৱে ইনষ্টল কৰিলেই য়ুজাৰৰ কম্পিউটাৰটো হেকাৰৰ নিয়ন্ত্ৰণলৈ গুচি গৈছে।

মাইক্ৰ’ছফটৰ Windows 11 ডাউনলোড তথা ইনষ্টলৰ প্ৰক্ৰিয়া য়ুজাৰৰ বাবে অত্যন্ত সহজ কৰি দিয়া হৈছে। তথাপি বহুতেই আন স্থানৰ পৰা Windows 11ডাউনলোড বা ইনষ্টল কৰিছে।ফলত হেকাৰসকলৰ কাম সহজ হৈ পৰিছে।

আনহাতে, বহুসময়ত অফাৰৰ নামতো য়ুজাৰক প্ৰৱঞ্চনা কৰা হৈছে। কিন্তু কেনেকৈ বাচিব ইয়াৰ পৰা?

প্ৰতিবেদনত য়ুজাৰসকলক স্পষ্ট কৰি জনাই দিয়া হৈছে যে এনে ধৰণৰ লিংক ক্লিক কৰি Windows 11 ডাউনলোড বা ইনষ্টল কৰিলেই হেকাৰৰ কবলত পৰিব লাগিব। কেবল মাইক্ৰ’ছফটৰ ৱেবছাইটৰ পৰাহে য়ুজাৰক Windows 11 ডাউনলোড তথা ইনষ্টল কৰাৰ পৰামৰ্শ দিয়া হৈছে।

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd