• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ কোভিড সাহাৰ্য্য পুঁজিৰ টকা

এই ভয়ংকৰ চাইবাৰ আক্ৰমণকাৰী গোটটোৱে বিগত সময়ত বিভিন্ন চৰকাৰী ৱেবছাইটত আক্ৰমণ কৰি ধন চুৰিকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে বুলি জানিবলৈ দিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাটোৱে।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 9, 2022 11:07 am
104
VIEWS
Share on FacebookShare on Twitter

চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ কোভিড সাহাৰ্য্য পুঁজিৰ পৰা লাখ লাখ টকা। সোমবাৰে আমেৰিকাৰ গোপন সেৱাই এই চাইবাৰ আক্ৰমণৰ খবৰ দিয়ে।

সংবাদ সংস্থা ৰয়টাৰে এনবিচি নিউজত প্ৰকাশ কৰা বাতৰি অনুসৰি চোৰাংচোৱা কৰ্তৃপক্ষই কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই। অৱশ্যে চীনা হেকাৰৰ এই গোটটোক ‘APT41’ বা ‘Wintee’ বুলি জনা যায়। এই ভয়ংকৰ চাইবাৰ আক্ৰমণকাৰী গোটটোৱে বিগত সময়ত বিভিন্ন চৰকাৰী ৱেবছাইটত আক্ৰমণ কৰি ধন চুৰিকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে বুলি জানিবলৈ দিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাটোৱে।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ন্যায় বিভাগে চীনৰ হেকাৰ গোটৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে ২০১৯ আৰু ২০২০ চনত চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন কৰিছিল। চীনে টেলিকমিউনিকেচন, ভিডিঅ’ গেম, চফটৱেৰ ডেভেলপমেণ্ট, ছ’চিয়েল মিডিয়া ফাৰ্মকে ধৰি শতাধিক কোম্পানীত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছিল আমেৰিকাই।

সেই সময়ত আমেৰিকাৰ প্ৰাক্তন ডেপুটি এটৰ্নী জেনেৰেল জেফ্ৰি ৰ’জেনে কৈছিল যে হেকাৰে বিভিন্ন দেশৰ কম্পিউটাৰ হেক কৰি তথ্য চুৰি কৰি আহিছে আৰু এই কামটোৰ লগত জড়িত আছে চীনৰ চৰকাৰ। সেইবাবেই দেশৰ কমিউনিষ্ট চৰকাৰে চাইবাৰ আক্ৰমণকাৰীক সমৰ্থন কৰিছে বুলি আমেৰিকাৰ চোৰাংচোৱাই জানিবলৈ দিছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd