• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টেনিছ তাৰকা জক’ভিচক যৌন কেলেংকাৰিত ফচাবলৈ চাৰ্বিয়ান মডেলক দিয়া হৈছিল ৫০ লাখ টকাৰ অফাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2021 8:21 am
1616572100_natalija-scekic
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব টেনিছত তোলপাৰ লগাইছে এক বিশেষ খবৰে। বিশ্বৰ শীৰ্ষ স্থানীয় চাৰ্বিয়ান টেনিছ তাৰকা ন’ভাক জ’ক’ভিচক যৌন কেলেংকাৰিত ফচাবলৈ এগৰাকী চাৰ্বিয়ান মডেলক ভাৰতীয় মূল্যত প্ৰায় ৫০ লাখ টকা প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল।

এই বিস্ফোৰক অভিযোগ কৰিছে চাৰ্বিয়ান সুন্দৰী মডেল নাটালিয়া চেকিচকেই।

Apply Now

চাৰ্বিয়ান মডেল নাটালিয়াই Svet & Scandal নামৰ এখন ইউৰোপিয়ান মেগাজিনত দিয়া সাক্ষাৎকাৰত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

মডেলগৰাকীয়ে সাক্ষাৎকাৰটোত প্ৰকাশ কৰা মতে লণ্ডনত পৰিচিত এগৰাকী লোকে তেওঁক সাক্ষাৎ কৰি এই প্ৰস্তাৱ দিছিল।

নাটালিয়াই প্ৰকাশ কৰা মতে লোকজনে এদিন নাটালিয়াক ডেটিঙৰ প্ৰস্তাৱ দিয়ে আৰু ব্যৱসায়িক সংক্ৰান্তীয় আলোচনা কৰিব বুলি ভাবি তেওঁক সাক্ষাৎ কৰে। আৰু তেতিয়াই লোকজনে নাটালিয়াক সেই প্ৰস্তাৱ দিয়ে।

“মই মানুহজনক ভাল মানুহ বুলি ভাবিছিলো। তেওঁৰ কাম কাজৰ বিষয়েও মই জানিছিলো। আমাৰ বাৰ্তালাপ আৰম্ভ হোৱাৰ পিছত দেখিলো যে কথাবোৰ মোৰ জীৱনৰ সৈতে কোনো প্ৰকাৰেই সম্পৰ্ক নাই। হিডেন কেমেৰাৰে মই ন’ভাকক যৌন কেলেংকাৰিত ফচাব লাগে বুলি কৈ ক’লে যে মই কোনো চিন্তা কৰিব নেলাগে, কাৰণ তেওঁ সকলো ব্যৱস্থা কৰি দিব।” নাটালিয়াই কয়।

ইয়াৰ পিছতে নাটালিয়াই কয়, “যদি মই এই কাম কৰো, তেওঁ মোক ৬০ হাজাৰ ইউৰো ধন দিয়াৰ প্ৰস্তাৱ দিয়ে। মই হাঁহিলো, মই ভাবিলো তেওঁ চাগে মোৰ সৈতে ধেমালি কৰিছে। কিন্তু তেওঁ ছিৰিয়াছ আছিল। মই ক্ষুণ্ণ আৰু অপমানিত হ’লো।” নাটালিয়াই আৰু কয়।

ন’ভাকক কোনো স্থানলৈ নি গোপনে অন্তৰংগৰ মুহূৰ্তৰ ফ’টো আৰু ভিডিঅ’ ল’বলৈ নাটালিয়াক প্ৰস্তাৱ দিছিল লোকজনে।

“সেই মুহূৰ্তত লোকজনক এটা প্ৰচণ্ড ঘোচা দি মুখত পানী মাৰি দিবলৈ মন গৈছিল মোৰ। কিন্তু মই নিজকে সম্বৰণ কৰিলো, কাৰণ সেয়া আছিল ৰাজহুৱা স্থান। মই ভাবিছিলো তেনে কাম কৰিবলৈ তেওঁ সঠিক ছোৱালী বিচাৰি উলিয়াব নোৱাৰিলে। ন’ভাকৰ সৈতে তেনে কৰিব নোৱাৰি। তেওঁ আমাৰ শ্ৰেষ্ঠ এম্বেছাডৰ আৰু পৰিয়াল থকা লোক।” নাটালিয়াই সাক্ষাৎকাৰটোত এইদৰে কয়।

উল্লেখ্য যে ন’ভাক জ’ক’ভিচ আৰু তেওঁৰ পত্নী জেলেনাৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰিও চলি আছে। অৱশ্যে টেনিছ তাৰকাজনে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিষয়ে ওলাই থকা উৰা বাতৰি সত্য নহয় বুলি দাবী কৰি ইয়াৰ সমালোচনাও কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd