• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিবেশ সংৰক্ষণৰ অনন্য প্ৰয়াস সাংবাদিকৰ; ছাত্ৰ-ছাত্ৰীৰ মাজত গছপুলি বিতৰণ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 9, 2019 1:07 pm
20190508_101236

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিবেশ সংৰক্ষণৰ ওপৰত সজাগতা বৃদ্ধিৰ লগতে সেউজীয়া পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে হাফলং প্ৰেছ ক্লাবে আৰম্ভ কৰা গছপুলি বিতৰণ কাৰ্যসূচীৰ অংশ স্বৰূপে বুধবাৰে ডিমা হাচাও বন আৰু পৰিবেশ বিভাগৰ যুটীয়া উদ্যোগত হাফলং কেন্দ্ৰীয় বিদ্যালয়ত গছপুলি বিতৰণ কৰে।

গছপুলি বিতৰণ সন্দৰ্ভত কেভিৰ অধ্যক্ষ মনোজ কুমাৰে হাফলং প্ৰেছ ক্লাবৰ এনে মহৎ পদক্ষেপক আদৰণি জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক গছপুলি সযতনে ৰোপন কৰাৰ লগতে সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ আহ্বান জনায়।

Apply Now

শীৰ্ষ বন বিষয়া এম তুংগনুঙে কয় যে গছ-গছনি কমি অহাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। সেই কাৰণে যিমান পাৰি গছ ৰোপন কৰাৰ প্ৰয়োজন আহি পৰিছে।

গছপুলি বিতৰণ কাৰ্যসূচীত হাফলং কেভিৰ দশম-একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে ভাগ লৈ গছ ৰোপনৰ প্ৰয়োজনীয়তাৰ ওপৰত নিজ নিজ বক্তব্য দাঙি ধৰে।

আনহাতে হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাসে কয়, ‘গছপুলি বিতৰণৰ যোগেদি ছাত্ৰ সমাজৰ মাজত পৰিবেশ সংৰক্ষণৰ ওপৰত অধিক সজাগতা গঢ়ি তোলাই আমাৰ প্ৰধান উদ্দেশ্য’।

গছপুলি বিতৰণ কাৰ্যসূচীত ডিমা হাচাও বন আৰু পৰিবেশ বিভাগৰ চিফ কনজাৰ্ভেটৰ অব ফৰেষ্ট (CCF) এম তুংগনুং, হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ, হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাস, সাধাৰন সচিব বিপ্লৱ দেব, ক্লাবৰ কোষাধ্যক্ষ পংকজকুমাৰ দেব, সংবাদ কৰ্মী প্ৰশান্ত ভট্টাচাৰ্য, পংকজ টিমুঙ, সূৰজ বৰ্মণ আদি উপস্থিত থাকে।

ইয়াৰ উপৰি এই কাৰ্যসূচীত হাফলং কেভিৰ অধ্যক্ষ তথা শিক্ষক-শিক্ষয়ত্ৰীসকল উপস্থিত আছিল।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd