• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গছ থাকিলেহে মানুহ থাকিব; জেএনভিত হাফলং প্ৰেছ ক্লাবৰ ১০০ গছপুলি বিতৰণ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 24, 2019 9:21 pm
1.1k
VIEWS
Share on FacebookShare on Twitter
ডিমা হাচাও জিলাৰ সেউজীয়া পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে সাজু হৈছে হাফলং প্ৰেছ ক্লাবৰ সদস্যসকল। অনাগত দিনত পাহাৰীয়া জিলাৰ বিভিন্ন প্ৰান্তত অৱস্থিত শিক্ষা প্ৰতিষ্ঠানত গছপুলি বিতৰণ কৰিব সংবাদকৰ্মীসকলে। আজি ছনটিলাত জেএনভিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ১০০ টা গছপুলি বিতৰণ কৰি কেমেৰাৰ সম্মুখত এই কথা সদৰী কৰে হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাসে।
তেওঁ কয়  প্ৰথম পদক্ষেপ হিচাপে হাফলঙৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগত থকা নৱনিৰ্মিত জৱাহৰ নবোদয় বিদ্যালয়ক বাছি লোৱা হৈছে। ১০০ টা গছ পুলি ছাত্ৰ-ছাত্ৰীসকলৰ হাতত তুলি দিয়ে হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাস, সম্পাদক বিপ্লৱকুমাৰ দেব, ক্লাৱৰ কোষাধ্যক্ষ পংকজকুমাৰ দেব, সংবাদ কৰ্মী স্বদ্বীপ হাছাম, পংকজ টিমুঙ, সূৰজ বৰ্মণ  আদিয়ে।
এই গছপুলি বিতৰণ অনুষ্ঠানত জেএনভিৰ অধ্যক্ষ, শিক্ষকসকল উপস্থিত আছিল। উল্লেখযোগ্য যে প্ৰেছ ক্লাবৰ এই অনুষ্ঠানত গছপুলি দি সহযোগ কৰিছে হাফলঙৰ বন বিভাগে। হাফলং প্ৰেছ ক্লাবৰ গছপুলি বিতৰণ সন্দৰ্ভত জেএনভি অধ্যক্ষ ৰামাৱাটাৰ  বুৰেডকে প্ৰেছ ক্লাবৰ এনে মহৎ পদক্ষেপক আদৰণি জনাই কয় যে এই গছপুলিয়ে বিদ্যালয় চৌহদৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ উপৰি সেউজ কৰি তুলিব ধৰণীক।
তেওঁ নিজৰ বক্তব্যত কয়  ‘গছ থাকিলে মানুহ থাকিব।’ সেইকাৰণে যিমান পাৰি গছ ৰোপণ কৰিব লাগে। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক নিজে নিজে এখনকৈ গছ পুলি বচাই ৰখাৰ দায়িত্ব লোৱাৰ আহ্বান জনায়।
ইফালে হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাসে কয় যে হাফলং প্ৰেছ ক্লাবে এতিয়াৰ ডিমা হাচাও জিলাৰ প্ৰতিটো বিদ্যালয়ত গছপুলি বিতৰণ কৰাৰ কাৰণে এক আঁচনি হাতত লৈছে। বিশ্বাসে কয় আমাৰ উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰী তথা উঠি অহা প্ৰজন্মৰ মাজত পৰিৱেশ লৈ সজাগতা বৃদ্ধি কৰা।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd