• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উফন্দি উঠিছে জাতিংগা নদী! হাফলং-শিলচৰ সংযোগী ঘাইপথত ব্যাহত যাতায়ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2024 7:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰাসাৰ বৰষুণৰ বাবে হাফলং আৰু শিলচৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো  সম্পূৰ্ণৰূপে যাতায়তৰ বাবে বন্ধ হৈ পৰিছে।

বিগত কিছুদিন ধৰি ডিমা হাছাও জিলাত অবিৰত বৰষুণৰ ফলত জাতিংগা নদীৰ পানী ওফন্দি উঠাৰ ফলত জাতিংগা আৰু হাফলঙৰ মাজৰ গুৰুত্বপূৰ্ণ ঘাইপথৰ এক উল্লেখযোগ্য অংশ বানত ডুব গৈছে।

ভিডিঅ’ ফুটেজত উফন্দি উঠা নদীখনৰ দৃশ্য বন্দী হৈছে, য’ত দেখা গৈছে যাত্ৰীসকল আবদ্ধ হৈ পৰিছে আৰু বাহনৰ চলাচল বন্ধ হৈ পৰিছে।

Apply Now

পথটো মুকলি কৰি যিমান পাৰি ক্ষীপ্ৰতাৰে যাতায়ত সুচল কৰি কৰি তুলিবলৈ জৰুৰীকালীন সাহায্যকাৰী দলসমূহে সক্ৰিয়ভাৱে কাম কৰি আছে।

চলিত বৰ্ষৰ আৰম্ভণিতে মে’ মাহত ডিমা হাছাও আৰক্ষী প্ৰশাসনে হাফলং আৰু মাহুৰৰ মাজৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ কৰি জৰুৰী নিৰ্দেশনা জাৰি কৰিছিল।

ইয়াৰ উপৰিও এন-লেইকুলত ঘাইপথটো পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

June 4, 2026 8:26 am
অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

June 4, 2026 8:25 am
ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

June 4, 2026 8:26 am
অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

অসম-মেঘালয় সীমান্তত কৃষিভূমিৰ বিবাদৰ অৱসান! টাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত

June 4, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd